অৱশেষত যেন নিৰ্বাপিত হব পাৰে,বাঘজানৰ জুই।
প্ৰায় ৬০ টন ওজনৰ জুই নিৰ্বাপনৰ যন্ত্ৰ লৈ সুদূৰ 'কানাডাৰ' পৰা আহি পালেহি বাঘজানত বিশেষজ্ঞৰ দল।
বাৰে বাৰে জুই নিৰ্বাপনৰ পৰা ব্যৰ্থ হোৱাৰ পিছত অৰ্ত্যজনিক যন্ত্ৰসহ-বাঘজানত উপস্থিত হ'ল- 4 জনীয়া বিশেষজ্ঞৰ দল।
বৃহস্পতিবাৰৰ পৰা কামত ব্যৱহাৰ কৰা হৈছে-উচ্চ ক্ষমতা সম্পন্ন এই গধুৰ যন্ত্ৰসমূহ-বিগত ১৬৪ দিনৰো জ্বলি থকা এই জুই 'দিপাৱলী'ৰ পূৰ্বে নিৰ্বাপন হ'ব বুলি আশা প্ৰকাশ কৰিছে।
ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,প্ৰতিবেদন-মিচিং লুটাদ।
