Share on Facebook

খ্ৰীষ্ট্ৰানৰ গীৰ্জা ভঙা কাণ্ড আইনে দোষী সাব্যস্ত কৰিলে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক আজি ৰায় দান

বৈষ্ণৱপীঠ মাজুলীক খ্ৰীষ্ট্ৰানৰ ৰম্যভূমি আখ্যা দিলে সত্ৰাধিকাৰে



দহ হাজাৰ পাঁচশ টকা ৪৪৭আৰু ২৯৫ দুই ধাৰাত জৰিমনা সত্ৰাধিকাৰক

ধৰ্ম কেন্দ্ৰীক বিবাদেৰে ভাৰাক্ৰান্ত এতিয়া সত্ৰ পীঠ মাজুলী ৷ ধৰ্ম ৰক্ষা কৰিবলৈ গৈ আইনৰ ৰোষত স্বয়ং ধৰ্ম গুৰু ৷ উল্লেখ যে ২০১৮ বৰ্ষত গীজা ভঙাৰ এক গুৰুত্ব অভিযোগ আছিল সত্ৰাধিকাৰ জনৰ বিৰুদ্ধে। খ্ৰীষ্টানৰ কৰাল গ্ৰাষত পৰা সত্ৰৰ ভূমি মাজুলীত মিচনাৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ জেহাদ ঘোষণা কৰা এইজন জনাৰ্দন দেৱ গোস্বামীয়ে জন গোষ্ঠীয় অধ্যুষিত  এলেকাক খ্ৰীষ্টান মুক্ত কৰাৰ স্বাৰ্থত অজস্ৰ সভা অনুষ্ঠিত কৰিছিল ৷যি আছিল সত্ৰৰ পীঠৰ বাবে প্ৰশংসনীয় ৷ অৱশ্যে এইবোৰ কথা সহজ ভাৱে লব পৰা নাছিল একাংশ খ্ৰীষ্টান ধৰ্মালম্বী লোকে । তেনে পৰিপেক্ষিত প্ৰশান্ত পায়েং নামৰ খ্ৰীষ্টান ধৰ্মী এজন যুৱকে সত্ৰাধিকাৰ বিৰোধে  এক গোচৰ ৰুজু কৰিছিল ৷যাৰ বাবে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী বিভিন্ন সময়ত ন‍্যায়লয়ত হাজিৰ হব লগা পৰিস্থিতি হৈছে। ইয়াৰ পূৰ্বেও  বিৰ্গত বৰ্ষৰ  কেইবাৰৰো কাঠ  গৰাত থিয় হৈছিল মাজুলী এইজন সংগ্ৰামী সত্ৰাধিকাৰ সত্ৰাধিকাৰ ৷ তেখেতৰ  বিৰুদ্ধে ৩৫/২০১৯/ নম্বৰত গোছৰ পঞ্জিয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চি আৰ ডব্লিউ ৩৫৭ চি আৰ পিচি ধাৰাত গোচৰ ৰুজু কৰা হয় মাজুলী মহাকুমা ন‍্যায়িক দণ্ডাধীশ আদালতে ।  গীৰ্জা ভঙাৰ গোচৰত অভিযুক্ত হোৱা এইজন জনাৰ্দন দেৱ গোস্বামী আজি আদালতৰ গোচৰৰ ৰায়দান আগবঢ়াই মাজুলী মহকুমা সত্ৰ ন্যায়ধীশৰ আদালতে ।সত্ৰাধিকাৰ গৰাকীক দোষী সাব্যস্ত কৰি ১০৫০০ টকা জৰিমনা বিহিলে । 

ইফালে আজি সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সংগ দিয়ে আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ দেৱ গোস্বামী, হিন্দু সুৰক্ষা সেনাকে ধৰি কেইবাটাও দল সংগঠন৷আদালতৰ ৰায়দান সন্তুষ্ট নহয় দক্ষিণপাট আশ্ৰমি সত্ৰ সত্ৰাধিকাৰ জানাৰ্দন দেৱ গোস্বামী ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব সত্ৰাধিকাৰ গৰাকী। 

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم