বাংলাদেশী কাৰণে সুবিধা আছে কিন্তু ভূমিহীন মিচিং মানুহৰ কাৰণে একো সুবিধা নাই লাইকেবাসীৰ।
লাইকা দধিয়া বাসীৰ কাৰণে আজি 20 বছৰে একো পুনৰসংস্থাপন ব্যৱস্থা কৰা নাই আৰু ভূমিহীন ভূমিপুত্ৰক ভূমি দিব পৰা নাই বুলি গাঁওৰ ৰাইজে অভিযোগ কৰিহে আহিছে কিন্তু কোনো ফল পোৱা নাই।
লাইকা দধিয়া মিচিং জনগোষ্ঠী গাঁও বাসীক মানুহ বুলি গণ্য নকৰে চৰকাৰে।
লাইকা বনগাঁওৰ 'পৰেচ' গাঁওবুঢ়া 'মাননীয়,মিগাং-জগত লাগাছুৰ মনৰ কথা। লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন বিচৰা ২০ বছৰ হ'ল।কিয় বাৰে বাৰে বিফল হৈছে।কিবা ৰাজনৈতিক সৰযন্ত্ৰ নেকি? কাৰ ভুলৰ বাবে লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ ক্ষেএত সফল হ'ব পৰা নাই। আমাৰ কেমেৰাৰ আগত কি ক'লে শুনো আঁহক।