লাইকা দধিয়া ৰাইজে পুঃনৰ সংস্থাপনৰ বাবে উপায়ুক্ত কাৰ্য্যালয়ত প্ৰতিবাদ কৰি পুহ মহীয়া ঠাণ্ডা ৰাতি কেনেদৰে কটালে।
আমি আপোনালোকক দেখুৱাৱ বিচাৰিম-লাইকা দধিয়া মানুহবোৰ,ৰাতি গৰু,ছাগলী,পৰুৱাৰ,দৰে নিশা থাকিব লগা হ'ল।
কিন্তুু জিলা প্ৰশাসনে মানুহবোৰক একো ব্যৱস্থা লোৱা নহল।
তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ মতে,আজি মানুহবোৰ লাইকা দধিয়ালৈকে উভতি যাব লাগিব, অন্যথা লাঠি ৰ্চাজ কৰা হ'ব-প্ৰতিবাদকাৰী সকলক আটক লৰিবলগীয়া হব বুলি সকীয়নি দিয়ে।
লাইকা দধিয়া ৰাইজেও একমত আমি লাইকালৈ ঘূৰি নাযাঁও।লাগিলে আমি ইয়াতে মৰিম,আমাৰ কেমেৰাৰ আগত কি কলে শুনক।