বিটিচিত হ’ব UPPL-BJP-GSPৰ চৰকাৰ! ১৫ ডিচেম্বৰত বিটিচিত নতুন চৰকাৰৰ শপতগ্ৰহণ ৷
মহানগৰীৰ বিলাসী হোটেলত সম্পন্ন UPPL-BJP-GSP ৰ বৈঠক। বৈঠকতে চূড়ান্ত UPPL BJP-GSP
মিত্ৰতা৷ মিত্ৰজোঁটত হ’ব বিটিচিৰ চৰকাৰ ৷
১৫ ডিচেম্বৰত BTCৰ নতুন চৰকাৰৰ শপতগ্ৰহণ৷ কোকোৰাঝাৰত আয়োজন কৰা হ'ব বিশাল অনুষ্ঠানৰ।
আজি বিটিচিৰ নতুন চিইএম হিচাপে দায়িত্ব অৰ্পণ কৰা হয় প্ৰমোদ বড়োক। মুখ্যমন্ত্ৰী সৰ্বানন্দ
সোণোৱালে প্ৰমোদ বড়োক বিটিচি প্ৰধান হিচাপে ঘোষণা কৰে।