কোনে বুজিব? কোনে শুনিব? গৃহহীন ভূমিহীন লাইকা দধিয়াবাসীৰ ৰাইজৰ মনৰ কথা। ভোগালীৰ উৰুকাৰ দিনাও ন্যায্য অধিকাৰৰ দাবীত সংগ্ৰাম, 24 দিনে প্ৰতিবাদ ভূমিপুএৰ। বুকুত বঞ্চনাৰ একুৰা জুই লৈ এওঁলোকে উৰুকা পাতিলে। কিন্তুু তাৰ মাজতো দুখ-আজিও 4 জনৰ সংকত জনক অৱস্থা-তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ।শ্ৰীমতী পুতুলী ৰেগন,বয়স-45 বছৰ দধিয়া মৰ্মৰা গাঁও-শ্ৰীমতী মধ্যেশ্বৰী চুংক্ৰাং,বয়স-61বছৰ, দধিয়া চাঁৰিসূতী গাঁও, শ্ৰীমতী কাচিমাং দাং,বয়স-30 বছৰ। শ্ৰীমতী পুনচুম দাং,বয়স-3 বছৰ,দধিয়া চাঁৰিসূতী গাঁৱৰ বুলি জানিব পৰা গৈছে।