আজি ৭২ সংখ্যক গণতন্ত্ৰ দিৱস। সমগ্ৰ ভাৰতবৰ্ষত আজি উদযাপন কৰা হৈছে গণতন্ত্ৰ দিৱস।
ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত ঢকুৱাখনা মহকুমা উদ্যোগত উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস।
পতাকা উত্তোলনৰ পিছত ঢকুৱাখনা আৰক্ষীৰ লগতে পেৰেডত অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে।
তদুপৰি চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়