লাইকা'ৰ ১৫০টা পৰিয়ালে -জাগুনত ৫ মাহ দিন তিৰ্পালৰ তলত দুৰ্বিষহ জীৱন । খিলঞ্জীয়াৰ চৰকাৰী আবণ্টিত ভূমিত আজিও সংস্থাপিত নহ'ল।
তিনিচুকীয়াৰ পৰা জাগুনলৈ নি দলনিত পোনা মেলি গা-এৰা প্ৰশাসনৰ নাই পৰ্যাপ্ত খাদ্য,পানীৰ যোগান,নাই চিকিৎসাৰ যতন-প্ৰৱঞ্চনাৰ যন্ত্ৰণা আৰু কিমান দিনলৈ?
ডিগবৈ DFO .লাইকা আশ্ৰয় শিবিৰত উপস্থিত হয়। । লাইকাবাসী ৰাইজে ৫ দিন সময়সীমা বান্ধি দিলে।এই ৫ দিনৰ ভিতৰত সংস্থাপন দিব নোৱাৰিলে।ৰাইজে টিংকুপানী হাবি দখল কৰি ঘৰ বনাব বুলিও DFO আগতেই অবগত কৰে।