প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে সেৱা আৰু সমৰ্পণ অভিযানৰ লগত সংগতি ৰাখি বগীনদী মণ্ডল বিজেপিৰ স্বচ্ছতা অভিযান
আজি বগীনদী সদৰত বগীনদী মণ্ডল বিজেপিয়ে স্বচ্ছ অভিযান চলাই সমগ্ৰ বগীনদী অঞ্চলৰ পৰিৱেশ চাফ চিকুণ কৰি তোলে
উল্লেখযোগ্য যে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপিৰ তিনিটা মণ্ডল ক্ৰমে বগীনদী, ঘিলামৰা, ঢকুৱাখনা মণ্ডলে প্ৰতি মাহৰ প্ৰথমটো দেওবাৰে স্বচ্ছতা অভিযান চলোৱা হ'ব।
