পাতৃচুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত MAC
চুপাৰ লীগ ২০২১ ৰ খেলুৱৈ বাচনি, ডি মাণ্ডলিক ফুটবল
প্ৰতিযোগিতা আয়োজন।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু সদৌ
সোৱণশিৰি ক্ৰীড়া সন্থাৰ উদ্যোগত আজি পাতৃচুক উচ্চ
মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে
আৰম্ভ কৰা তৃতীয় MAC চুপাৰ লীগ ২০২১ ৰ খেলুৱৈ
0বাচনি, ডি মাণ্ডলিক ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়।
আজি তৃতীয় MAC চুপাৰ লীগ ২০২১ ৰ খেলুৱৈ বাচনি,
ডি মাণ্ডলিক ফুটবল প্ৰতিযোগিতা খনি উদ্বোধন কৰে
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল