বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ ৰোচহাম হেলিপেডত অৱতাৰণৰ সময়ত ভাৰতীয় বায়ুসেনাৰ MI 17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে হেলিকপ্তাৰখন হায়ুলিয়াঙৰ পৰা ৰোচহামলৈ সেনাৰ বাবে ৰেচন কঢ়িয়াই নিছিল ৷ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনত দুজন পাইলত এজন অভিযন্তা আৰু দুজন ক্ৰু সদস্য সহ মুঠ পাচঁজন আৰুহী আছিল ৷ কথমপি পাচঁজন আৰোহীৰ প্ৰাণ ৰক্ষা হয় যদিও হেলিকপ্তাৰখন সম্পূৰ্ণকৈ ধ্বংস হয় ৷ ITBP ৰ জোৱানে উদ্ধাৰ অভিযানট সহায় কৰে ৷
অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ ৰোচহাম হেলিপেডত ভাৰতীয় বায়ুসেনাৰ MI 17 হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয় ৷
byMISING LUTAD (NEWS)
•
0