ধেমাজি জিলাৰ গোগামুখ National Public High School ৰ নতুন বিদ্যালয় গৃহটি
উন্মোচন কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক মুনীন্দ্ৰ ঙাটেৰ উপস্থিতিত গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ মুখেশ্বৰ চুতীয়াই।
ছাত্ৰ-ছাত্ৰীৰ বাবে অত্যাধুনিক সা-সুবিধাৰে সু-সজ্জিত বিদ্যালয়খনত বৰ্তমান আছে ৫০০ৰো
অধিক ছাত্র-ছাত্ৰী গোগামুখ National Public High School ৰ গৃহ উন্মোচনৰ গাম্ভীৰ্যপূৰ্ণ
অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল জনকল্যাণ বিভাগৰ সঞ্চালক মুনীন্দ্ৰ
ঙাটে,গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীতেন শইকীয়া,গোগামুখ
মহাবিদ্যালয়ৰ অধ্যক্ষ মুখেশ্বৰ চুতীয়া, world Book of talent record আৰু Assam Book of
records বটা প্ৰাপ্ত তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী সৃষ্টিৰাণী টাইদ আৰু বিদ্যালয়খনত
অধ্যয়নৰত শিক্ষাৰ্থীৰ অভিভাৱক সকল