আছু নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু
নিশা পুলিচৰ গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰাৰ চেষ্টা কলা লৰাৰ।
পলায়নৰ চেষ্টা কৰোঁতেই পুলিচৰ আন এখন গাড়ীয়ে খুন্দিয়াই কলা লৰা ওৰফে নীৰজ দাসক।
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কলা লৰাক JMCHত 'BROUGHT DEAD' ঘোষণা চিকিৎসকৰ।
দুৰ্ঘটনাত আন তিনিজন পুলিচ বিষয়াও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত।