الصفحة الرئيسيةEducation গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত ফুটবল প্ৰশিক্ষণ byMISING LUTAD (NEWS) •ديسمبر 29, 2021 0 গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত ফুটবল প্ৰশিক্ষণগোগামুখ অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম সকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰা আৰু উপযুক্ত ফুটবলৰ মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত দহ বছৰ বয়সৰ পৰা উন্নৈশ বছৰ বয়সৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ ফুটবলৰ প্ৰশিক্ষণ দি আহিছে। Tags: Education Facebook Twitter