লাইকাবাসীক TMPK কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিগাং তিলক দলেদেৱৰ নেত্ত্বত্বত মিচিং সায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আৱণ্টিত কম্বল বিতৰণ কৰে।
মাজত TMPK কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিগাং তিলক দলেদেৱৰ নেত্ত্বত্বত মিচিং সায়ত্ব
শাসিত পৰিষদৰ দ্বাৰা আৱণ্টিত কম্বল বিতৰণ কৰে।
কেন্দ্ৰীয় সমিতিৰ TMPK সাধাৰণ সম্পাদক মিগাং,তিলক দলে লাইকা নামফাই টাপুত
পৰিদৰ্শন কৰে। লগতে তিনিচুকীয়া জিলা সমিতিৰ TMPK ৰ সহযোগত 160 টা পৰিয়ালক
কম্বল বিৰ্তৰণ কৰে।আৰু কম সময়ৰ ভিতৰতে চৰকাৰক সমস্যাবোৰ অৱৰ্গত কৰি অতি
শীঘ্ৰে ব্যৱস্থা কৰিম বুলি লাইকা ৰাইজক TMPKৰ কেন্দ্ৰীয় সমিতিয়ে আশ্বাস প্ৰদান কৰে বুলি
জানিব দিয়ে।
Tags:
Assam news