বৰ্নিল কাৰ্যসূচীৰে সামৰণি TMPKৰ 16তম ত্ৰিবাৰ্ষিক অধিৱেশন
বিগত তিনিটা দিনে মাজুলীত বৰ্নিল কাৰ্যসূচী আৰু ঐনিতম গুমৰাগেৰে মুখৰিত হৈ আছিল। মাজুলীৰ লুইতপৰীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা মিচিং জাতীয় সংগঠন TMPKৰ 16 তম মাজুলী জিলা অধিৱেশনৰ সফল সামৰণি পৰে। এই অধিৱেশনতে উচিত শিক্ষাৰ জৰিয়তে আমাৰ সমাজ চলি থকা যুৱ উশৃংখলতা নিৰ্মূল কৰি প্ৰগতিশীল সমাজ গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অধিৱেশনতে TMPK TMMK আৰু MMK ৰ মাজুলী জিলা সমিতিৰ নতুনকৈ সমিতি গঠন কৰি বিষয়ববীয়া নিৰ্বাচিত কৰা হয়।
Tags:
Awareness