Youth & Eco club ৰ সৌজন্যত সোণাৰি চাপৰি মহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সজাগতামূলক শোভাযাত্ৰা।
ঢকুৱাখনাৰ সোণাৰি চাপৰি মহি চন্দ্ৰ মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি YOUTH& ECO ক্লাৱৰ সৌজন্যত আয়োজন কৰা পৰিবেশ স্বাস্থ্য জৈৱ বৈচিত্ৰমূলক বক্তৃতা আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ সজাগতামূলক সভা অনুষ্ঠিত কৰে।সজাগতাৰ সভাৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি হাতে হাতে বিভিন্ন সজাগতা মূলক প'ষ্টাৰ লৈ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।
Tags:
Awareness