নৱবৰ্ষত ৰাইজৰ মৰম আৰু আশীষ বিচাৰি জনপ্ৰিয় কণ্ঠশিল্পী ৰূপালী পায়ং আৰু ডি কে কামানৰ দ্বৈত কণ্ঠত কণ্ঠদান কৰা "নম ঙ ৰৃগচুলা" শীৰ্ষক মিচিং গীত আজি গোগামুখস্থিত অক্টেভ ষ্টুডিঅত মুকলি কৰে
নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠ শিল্পী ধন কামানে কণ্ঠদান কৰা নম ঙ ৰৃগচুলা শীৰ্ষক গীততিক D.K Production শীৰ্ষক ইউটিউভ চেনেলত উপলদ্ধ হ'ব।
যত কণ্ঠশিল্পী গৰাকীয়ে ৰাইজৰ আশীৰ্বাদ বিচাৰি শুভমুক্তি দিয়ে নম ঙ ৰৃগচুলা গীতটিক।
Tags:
Art & culture