Showing posts from June, 2022
বঙাইগাঁও দেউৰীপাৰাত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা। সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগ আজিৰে পৰা তিনিদিনীয়াকৈ কেতবোৰ কাৰ্যসূচীৰে জ…
চৰকাৰী কেবিনেটৰ সিদ্ধান্ত অনুসৰি অভিভাৱক মন্ত্ৰী বিমল বৰাৰ চিৰাং জিলাৰ বান গৰাখহনীয়া পৰিদৰ্শন:১০জুলাইৰ ভিতৰত দাখিল কৰিব ক্ষয়- ক্ষতি আৰু সমস্যা সমাধানৰ প্ৰতিবেদন। ৰাজ্য চৰকাৰৰ যোৱা ২৫ জুনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি নামনি অসম তথা…
উত্তৰ শালমাৰা জিলা আমছুৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন "সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নʼʼ চমুকৈ 'আমছু'ৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আৰু মেৰেৰচৰ আৰু পল্টন বজাৰ আঞ্চলিক সমিতিৰ সহযোগত জিলা আমছুৰ সভাপতি বাহাৰুল ইছলামৰ নেতৃত্বত এটি সঁজাতি দ…
আজিৰ অধিকাংশ পৰ্টেল চেনেলৰ সাংবাদিকৰ বাবে অতি সন্মানীয় সাংবাদিকৰ পেছাত লগাইছে আউল : পৰ্টেল চেনেলৰ মালিকে জধে মধে সাংবাদিক নিযুক্তি দিয়াৰ ফলত চতুৰ্থ স্তম্ভৰ বাক স্বাধীনতাত আহিছে বাধাপ্ৰাপ্ত। আমাৰ ভাৰতৰ সংবিধানত চাৰিটা স্তম্ভ আছে।ইয়াৰে তিনিটা স্তম্ভ আম…
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু নাট সমাৰোহৰ অৰ্থে সমগ্ৰ বঙাইগাঁও জিলাত জাগৰণ সভা । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া আগন্তুক কেন্দ্ৰীয় শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱ আৰু কেন্দ্ৰীয় নাট সমাৰোহ ভাগি অনুষ্ঠিত …
কোকৰাঝাৰত এবছুৰ উদ্যোগত ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস উদযাপন পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিৱসৰ সতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত হয় ৩৫ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস ৷ ইয়াৰে অংশস্বৰূপে কোকৰাঝাৰতো ন…
সমগ্ৰ নামনি অসমৰ ৮খন জিলাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ১লাখ ৮শ১০গৰাকী :ইয়াৰে ৮গৰাকী স্থানপ্ৰাপ্ত ,মুঠ উত্তীৰ্ণ হয় ৫৬,১৪০গৰাকী ছাত্ৰ-ছাত্ৰী:নামনিৰ বিদ্যালয় সমূহত উৎসৱ মুখৰ পৰিবেশ। সুদীৰ্ঘ দিন বাদ-প্ৰতিবাদ আৰু বহু বিতৰ্কৰ মাজত ৰাজ্য চৰ…
কোকৰাঝাৰ জিলাৰ নাৰাবাৰীত ব্যৱসায়ী গুলিবৰ্ষণৰ ঘটনাত মুঠ ৬জনক আটক:কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল। নামনি অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ জিলা চেৰফাংগুৰি থানাৰ অন্তৰ্গত নাৰাবাৰীত ব্যৱসায়ী সুনীল মণ্ডলক গুলিয়াই আহত কৰা সন্দৰ্ভত আজি কোকৰাঝাৰ আৰক্ষীয়…
বিটিএডি ত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক মোক্ষম আঘাত সানি কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৰ পদত্যাগ। দেশৰ সৰ্ববৃহৎ আৰু অতি পুৰণি ভাৰতীয় জাতীয় কংগ্ৰেছ(ই) চমুকৈ কংগ্ৰেছ(ই)দল প্ৰতিটো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো শোচনীয় প…
গেপ্তাৰ কৰা হল SI জোণমনি ৰাভাক অৱশেষত গ্ৰেপ্তাৰ হল বহু বিতকিত জোণমনি ৰাভা । যোৱা বৃহস্পতি বাৰৰ পৰা SI জোণমনি ৰাভাক জেৰা কৰিছিল মাজুলী আৰক্ষীয়ে আৰু অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হয় জোণমনি ৰাভাক । ভাবি স্বামী ৰাণা পগাগৰ লগত পবঞ্চনাৰ নাম সাঙুৰ খাইছিল SI জোণ…
মাজুলীত উপস্থিত জোনমণি ৰাভা। আজি পুৱাই মাতৃ সৈতে গড়মূৰ থানা ত উপস্থিত জোনমণি ৰাভা। গড়মূৰ থানা সোধা পোচাৰ বাবে তলব কৰিছিল জোন মণি ৰাভাক অজিত বৰা , ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰ সমূহত নাম সাঙোৰ খাই আছিল SI ৰাভা নাম। মাজুলীত কৰ্মৰত হৈ থ…
নামনি অসমৰ ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় গৃহ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উদ্বোধন। নামনি অসমৰ ধুবুৰী জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহি:বিভাগটো উদ্ধোধন কৰে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। প্ৰাপ্ত বাতৰি মতে …
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হিমাচল প্ৰদেশৰ দিয়া ভাৰ্চুৱেলি ভাষণ সমগ্ৰ নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো মন্ত্ৰী-বিধায়ক, আমোলা বিষয়া আৰু নেতা -কৰ্মী ৰাইজে কৰিলে শ্ৰৱণ:মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ অনুমোদন …