Share on Facebook

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতৰ মাদ্ৰাছাত এক প্রেমজনীন ঘটনাত গা ধোৱা কোঠাত ছাত্ৰ এজনে চিপ লৈ আত্মহত্যা ।

 বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতৰ  মাদ্ৰাছাত এক প্রেমজনীন ঘটনাত গা ধোৱা কোঠাত ছাত্ৰ এজনে চিপ লৈ আত্মহত্যা ।



নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দাৰুল উলম আফাকুল ইছলাম মাদ্ৰাছাত এক প্রেমজনীন ঘটনাত গা ধোৱা কোঠাত ছাত্ৰ এজনে চিপ লৈ আত্মহত্যা কৰা বিষয়টোয়ে তীব্ৰ ৰহস্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।প্ৰাপ্ত ঘটনাৰ বিবৰণিত প্ৰকাশ যে সমষ্টিটোৰ নোৱাগাওঁৰ  হায়েত আলী পুত্ৰ আছাদুল ইছলামে (১৫)এগৰাকী ছাত্ৰীৰ প্ৰেমত পৰিছিল ।কিন্তু ছাত্ৰজনে মাদ্ৰাছাত মোবাইল নিষিদ্ধ যদিও মোবাইল ফোনেৰে যোগাযোগ অব্যাহত ৰখাত মাদ্ৰাছাৰ শিক্ষকে জানিব পাৰে আৰু মোবাইলটো লৈ যায় । পিছত ছাত্ৰজনে নিৰূপায় হৈ আত্মহত্যা কৰাৰ সন্দেহ কৰে ।ঘটনাস্থলীত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা , মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু দণ্ডাধীশ উপস্থিত হৈছে।

 মাদ্ৰাছাখনত পৰ্যাপ্ত অনুশাসন নাই বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে।

ছাত্ৰজনৰ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰিছে ।

 বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم