ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ১০ হাজাৰকৈ টকা। অহা ২ অক্টোবৰ পৰাই অৰুণোদয় আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব ৰাজ্যৰ ১৭ লাখ পৰিয়ালে। এই আঁচনি সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিত নিয়োগ কৰিব অৰুণোদয় সহায়ক।বুধবাৰে সংবাদমেল যোগে এই কথা জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অৰুণোদয় আঁচনি।
byMISING LUTAD (NEWS)
•
0