এনএইচপিচিৰ আয়াং ব্ৰীজ তলৰ মনোমহা নিৰিবিলি পৰিবেশত গোগামুখ প্ৰেছ গীল্ডৰ
উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান।
পোন প্ৰথমবাৰৰ বাবে গোগামুখ প্ৰেছ গীল্ডৰ তৰফৰ পৰা গোগামুখ স্পৰ্ট একাডেমীৰ মুখ্য
প্ৰশিক্ষক গেৰেমচা দৈমাৰী,জাফাৰ তৰফৰ পৰা গ্ৰাম্য সাংবাদিকতা বটা প্ৰাপক তথা উত্তৰ
অসমৰ প্ৰাগ্ নিউজৰ ব্যৰ চিফ কুশল শইকীয়া আৰু এনকেটিভিৰ গোগামুখৰ স্থানীয় সংবাদ
দাতা , ইণ্ডিয়ান বুক অফ ৰেকৰ্ড স্থান প্ৰাপ্ত ললিত শইকীয়াক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ
আৰু শৰাই বটাৰে সম্বৰ্ধনা জনোৱা হয়।
Tags:
Award