যোৱ 4 নবেম্বৰ 2021 বৃহস্পতি বাৰে পূব পোতাবিল গাঁৱৰ ধেনুবীৰ মিলিৰ বাসগৃহটি বিদুৎ পৃষ্ট
হৈ ঘৰ খন জ্বলি শেষ হৈ যায়।হঠাতে জ্বলি ভষ্মি ভুত হোৱা ঘৰ খনৰ পৰা একো বস্তুৱে উদ্ধাৰ
কৰিব পৰা নগল। এই খবৰ পাই স্থানীয় ৰাইজে সহায় কৰিবলৈ চেষ্টা কৰে যদিও সা- সম্পতি
বোৰ কোনোপধে উদ্বাৰ কৰিব নোৱাৰিলে।
Tags:
Lakhimpur news