ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অৰুণাচল প্ৰদেশৰ উত্তৰ-পূবৰ আয়ুৰ্বেদ আৰু লোক ঔষধ প্ৰতিষ্ঠান, পাচিঘাট পৰিদৰ্শন।
যোৱাকালি দিনৰ 2 বজাত অৰুণাচল প্ৰদেশৰ উত্তৰ-পূব ৰ আয়ুৰ্বেদ আৰু লোক ঔষধ প্ৰতিষ্ঠান, পাচিঘাটত বন্দৰ,জল, পৰিবহণ আৰু আয়ুস কেন্দ্ৰিয় মন্ত্রী
সৰ্বানন্দ সোনোৱাল আজি পাছিঘাত উপস্থিত হৈ। তেখেতক অৰুণাচল পদেশৰ জনসাধাৰণ অৰুণাচলৰ ponung নৃত্যৰৰে বিপুল আদৰণি জনাই।
উত্তৰ-পূবৰ আয়ুৰ্বেদ আৰু লোক ঔষধ প্ৰতিষ্ঠান, পাচিঘাটত পৰিদৰ্শন কৰিবলৈ আহি প্ৰতিষ্ঠানতোৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাও অংশগ্ৰহণ কৰে।
এই প্ৰতিষ্ঠানতোক ভাৰতবৰ্ষৰ সৰ্ব শ্ৰেষ্ঠ প্ৰতিষ্ঠান ৰূপে গঢ় দিবলৈ 100 কোটি টকাৰ পেকেজ ঘোষণা কৰে।
বিষেককৈ প্ৰতিষ্ঠানতোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে , ছাত্র ছাত্ৰী নিবাক, 60 খন বিচনাযুক্য আয়ুৰ্বেদিক চিকিৎসালৈ , labotori লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য্যৰ বাবে এই ধন ৰাখি ঘোষণা কৰে।
মন্ত্রী সৰ্বানন্দ সোনোৱালক প্ৰতিষ্ঠানটো পৰিদৰ্শনৰ সময়ত অৰুণাচাৰ স্বাস্থ্য মন্ত্ৰী Alo libang ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকনৰ লগতে , আৰু বহুলোকে সংগ দিয়ে।