عرض المشاركات من أبريل, 2021
জোনাইৰ লাইমেকুৰীত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ 15 নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা লাইমেকুৰীৰ মিলনপুৰ - মাধৱপুৰৰ সংযোগী পথটো নিৰ্মাণৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰা দেখা গৈছে ৷ কোনো চৰকাৰী গাইড লাইন মতে পখী পথটো নিৰ্মাণ নকৰাৰ ফলত নি…
লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘজানৰ সমীপৰ ৰে'লপথত এখন মালবাহী ৰেলে নিশা প্ৰায় ৯.৩০ মান বজাত দুলুং বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক খুন্দিয়াই থিতাতে নিহত । চিলাপথাৰৰ পৰা বঙাইগাঁও অভিমূখী ৰে'লগাড়ী আছিল । …
গহপুৰৰ ঘাঁহিগাৱঁত বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ। এক গোপন সূত্ৰৰ পম খেদি ১৫ নংৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰে পৰা আবকাৰী বিভাগে তালাচী অভিযান চলাই থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পেট্ৰ'ল পাম্পত UP 81 BT 4225 নম্বৰৰ দহ চকীয়া গাড়ী খন ৰা…
গহপুৰৰ ৰাওনামুখত ট্ৰেক্টৰ দুৰ্ঘটনাত পতিত হৈ চালকৰ মৃত্যু। বেলগুৰি-ৰাওনামুখ সংযোগী পথৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন। মৃত চালকজন চিলাপথাৰ অকাজানৰ টণী দলে বুলি চিনাক্ত কৰা হৈছে। বিগত দুমাহ ধৰি পথ নিৰ্মাণৰ কামত জড়িত আছিল ট…
জোনাইত ধৰ্মশালাৰ নামত বছৰ বছৰ ধৰি মধ্যভোগীৰ লুণ্ঠন ৷ জোনাই সদৰৰ হনুমান মন্দিৰৰ কাষতে কেবা বছৰো আগতে ৰাইজৰ সুবিধাৰ্থে এখন ধৰ্মশালা নিৰ্মাণ কৰা হৈছিল ৷ যদিও আজিলৈকে সাধাৰণ ৰাইজক প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত কৰি কমিটিৰ নামট মুষ্টিমেয় কেইজনমানে লুণ্…