Share on Facebook
Showing posts from October, 2021

লখিমপুৰ জিলাৰ সোৱণশিৰিত মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় ভাষা দিৱস(AGOM LONGE) উদ্‌যাপনঃ মিচিং ভাষাক শীঘ্ৰে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱতনৰ দাবীঃ

অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সকলৰ একমাত্ৰ মিচিং ভাষা-সাহিত্যৰ সংগঠন মিচিং সাহিত্য সভাৰ ৩৭  সংখ্যক কেন্দ্ৰীয় মিচিং ভাষা দিৱস লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ  নামনি আলিমূৰত আজি শনিবাৰে বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷…

মাই লাইফ' নামৰ ছুটিছবিখনত অভিনয় কৰি জোনাইৰ ৰাজীৱ বঢ়ি লৈ BEST SUPPORTING ACTOR হিচাপে সন্মানিত ।

বিশিষ্ট অনাতাঁৰ শিল্পী গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা 'মাই লাইফ' নামৰ  ছুটিছবিখনত অভিনয় কৰি জোনাইৰ সুযোগ্য সন্তান ৰাজীৱ বঢ়ি লৈ INDO-SINGAPUR  INTERNATIONAL FILM FESTIVAL ত BEST SUPPORTING ACTOR হিচাপে সন্মানিত । বিশিষ্ট অনাতাঁৰ শিল্পী,…

অৰুণাচলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত লোক সকলক AMPK আৰু TMPK ৰ এক সজাতি দলে পৰিদৰ্শন ।

অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত যোৱা ২৫ অক্টোবৰ তাৰিখে সংঘটিতহোৱা ভয়ংকৰ পথ  দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈ ১১ গৰাকী Dibrugarh ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু HM  Hospital ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত ৯ জন সুস্থ হৈ Release দিয়া হৈছিল …

ধেমাজি জিলাৰ আইন প্ৰাধিকৰনৰ সৌজন্যত আইন সেৱা সন্দৰ্ভত বিশেষ সজাগতা সভা সম্পন্ন।

ধেমাজি জিলাৰ আইন প্ৰাধিকৰনৰ সৌজন্যত   আইন সেৱা সন্দৰ্ভত বিশেষ সজাগতা সভা সম্পন্ন।  আজি ধেমাজি জিলাৰ ওখমাটি আৰু মিংমাং গাওঁ পঞ্চায়তত ৰাজহুৱা প্ৰেক্ষাগৃহত আইন সেৱা সন্দৰ্ভত সজাগতা সভা সম্পন্ন হয়।  এই সভাত উপস্থিত থাকে ধেমাজি আইনী সেৱা প্ৰাধিকৰনৰ সচিব…

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন, গুৰুত্ব ভাবে আহত দুজন I

জোনাই মহকুমাৰ 515 নং ৰাষ্ট্ৰ ঘাইপথ তাকে তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় I জানিব  পৰা মতে মঙ্গলবাৰে ৭:৩০ মান বজাত  AR 01L  9579 নাম্বাৰৰ এটা বলেৰ গাড়ী আৰু AS 22F 48203  নাম্বাৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ সংগঠিত হয় I  মুখা-মুখি সংঘৰ্ষত স্কুটী …

মুৰ্কংচেলেক উন্নয়ন খণ্ডত সংঘটিত বিয়াগোম দুৰ্নীতি তদন্তৰ দাবী ৷ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট পালন ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই  আৰু চিমেন চাপৰি আঞ্চলিক সমিতিৰ উদ্যোগত  মঙ্গলবাৰে  মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ড কাৰ্যালয়ত এম জি এনৰেগা আঁচনিৰ লগতে বিভিন্ন  আঁচনিৰ নামত সংঘটিত দুৰ্নীতিৰ ওপৰত উচিত তদন্ত আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলৰ ও…

বৰ্হিৰাজ্যত সন্দেহজনকভাবে মৃত্যু হোৱা ৰাজীৱ দলেৰ মৃতদেহ স্ব-গৃহত আহি পালেগৈ আজি।

বৰ্হিৰাজ্যত সন্দেহজনক মৃত্যুক হোৱা যুৱক মৃতদেহ‌ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা শিক্ষা মন্ত্ৰীৰ  তৎপৰতাত যোৱা ২৪ অক্টোবৰত কেৰেলাত সন্দেহজনক  মৃত্যুৰ বলী হোৱা ঢকুৱাখনা থানাৰ পূৱ ঢকুৱাখনাৰ ইন্দুৰ  গাঁওৰ যুৱক ৰাজীৱ দলেৰ মৃতদেহ ঘৰলৈ আনিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা…

চলিত বৰ্ষৰ পহিলা নৱেম্বৰ ৰ পৰা কমতাপুৰ গঠনৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদ ৰ তীব্ৰ আন্দোলন,

চলিত বৰ্ষৰ পহিলা নৱেম্বৰ ৰ পৰা কমতাপুৰ গঠনৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদ ৰ তীব্ৰ  আন্দোলন: পৰ্যায় ক্ৰমে বিজেপি দল হাতাও অভিযান আন্দোলন: ডঃ নগেন শইকীয়া ক ধিক্কাৰ । এসময়ত মহাপুৰুষ জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ ক আশ্ৰয় দি পুণ্য তীৰ্থ ত গঢ়ি তোলা মহাৰাজ চিলা…

India Book of Record আৰু National Book of Records ত নাম সন্নিৱিষ্ট ধেমাজিৰ এগৰাকী যুৱ সংবাদ কৰ্মীৰ।

India Book of Record আৰু National Book of Records ত নাম সন্নিৱিষ্ট ধেমাজিৰ এগৰাকী  যুৱ সংবাদ  কৰ্মীৰ। দাৰৱদ্ধ এগৰাকী সংবাদ কৰ্মৰ লগতে সমান্তৰালকৈ চলাই নিছে তেওঁ  সমৰ কলা। সমৰ কলা  প্ৰশিক্ষক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হোৱাৰ পিছত জিলিকি উঠিছে  সৰ্বভাৰত…

জোনাইৰ এজন সংগঠন কৰ্মীৰ স্বাৱলম্বিতাৰ নিদৰ্শন ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালী মেছাকী গাঁৱৰ নিবাসী মুক্তি নাথ পেগুৱে  দেখুওৱালে এক স্বাৱলম্বিতাৰ নিদৰ্শন ।  মিছিং মিমাগ কেবাঙ অৰ্থাৎ মিছিং সংগ্ৰাম সমিতিৰ জোনাই জিলা সমিতিৰ সভাপতি মুক্তি  নাথ পেগুৱে  সংগঠনত বহু ব্যস্ততাৰ মাজতো সময় উলিয়াই B…

ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন গহপুৰৰ বুৰৈ লেপেটা পাৰাৰ প্ৰতিভা টায়ে।

পাঞ্জাৱৰ লভলী প্ৰফেচনেল ইউনিভাৰচিটিত চলি থকা ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ছোৱালীৰ ৫২  কেজি শাখাত চণ্ডীগড়ৰ খুছিৰ সৈতে ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতেই সামৰিলে গহপুৰৰ   হেলেমৰ বুৰৈৰ লেপেটা পাৰাৰ জীয়ৰী প্ৰতিভা টায়ে । প্ৰতিভা টায়েৰ প্ৰতিভাক সলাগ …

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা I প্ৰায় 25 জন গুৰুতৰ ভাবে আহত I

অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় I আজি   পুৱা প্ৰায়  6:30am  বজাত জোনাই মহকুমাৰ জোনকাৰেং, ৰাজাখানা অঞ্চলৰ পৰা  অৰুণাচল প্ৰদেশৰ দঃঞি পল   চাহ বাগানালৈ মহিলা শ্ৰমিক কঢ়িয়াই  যোৱা AR 09 7093  নাম্বাৰৰ বাছ গাড়ী এখন অয়ানত…

জংকী পানৈ দেশ হিচাপে খ্যাত ঘূণাসুঁতিৰ জীয়ৰী মাইনা চুতীয়াৰ ’ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত ।

লখিমপুৰৰ জিলাৰ ঘূণাসুঁতি জীয়ৰী   মাইনা চুতীয়াই ৩০ চেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি "ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ" ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।  মাইনা চুতীয়া ঘূণাসূঁতিৰ কৃষ্ণপুৰ গাঁৱৰ নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা।  …

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্ম জয়ন্তী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩তম জন্ম জয়ন্তী ভাগি আজি জিলা নামঘৰ কাশীডবা ত অনুষ্ঠিত হয়।  প্ৰাপ্ত বাতৰি মতে কেন্দ্ৰীয়(মূলৰ) সদস্য শ্ৰীযুত ভৱেশ্বৰ ৰায় বাপে আগধৰা গুৰু স্মৰণেৰে আৰম্ভ হোৱা উক্ত সভা সঞ্চালনা কৰে জ…

জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ পৰিদৰ্শন/ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ ,মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী আৰু সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই আজি জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়।  জোনাইত উপস্থিত হোৱা ছাত্ৰ নেতা কেইজনক জোনাই মহক…

ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ গহপুৰৰ হেলেমৰ প্ৰতিভা টায়ে।

পাঞ্জাৱৰ লভলী প্ৰফেচনেল ইউনিভাৰচিটিত চলি থকা ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ছোৱালীৰ ৫২  কেজি শাখাত ছিকিমৰ খেলুৱৈক পৰাস্ত কৰি চেমি ফাইনেলত প্ৰৱেশ গহপুৰৰ  হেলেমৰ লেপেটা পাৰাৰ  জীয়ৰী প্ৰতিভা টায়ে । শনিবাৰে তৃতীয় ৰাউণ্ডত  কৰ্ণাটকৰ চাহাৱা মাডাৰক পৰাস্ত ক…

গোগামুখত লুড’ৰ উদ্যোগত ফুটবলৰ মহাৰণঃ 22 অক্টোবৰ শুক্ৰবাৰৰ পৰা লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত  পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত  22 অক্টোবৰ শুক্ৰবাৰৰ পৰা  আৰম্ভ হ’ল ফুটবলৰ মহাৰণ ৷  গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠি…

বিশ্বনাথ জিলা আছুৰ উদ্যোগত বিশ্বনাথ নগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সত্যাগ্ৰহ ঘেৰাও কৰিলে জিলা উপা্যুক্তৰ কাৰ্যলয়

মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ সত্যাগ্ৰহত নামিল বিশ্বনাথ জিলা ছাত্ৰ সন্থা।সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত  শুকুৰবাৰে বিশ্বনাথ জিলা ছাত্ৰ সন্থাই  সমিতিয়ে গ্ৰহন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আজি বিশ্বনাথ চাৰিআলি নগৰৰ ছহীদ ভৱনৰ পৰা শতাধিক আছু ক…

বাংলাদেশত শ শ হিন্দু পৰিয়াল হত্যা যজ্ঞ ৰ প্ৰতিবাদ ত সমগ্র নামনি অসমত প্ৰতিবাদী আন্দোলন

ভাৰত ৰাষ্ট্ৰৰ একেটা সীমা ত অৱস্থিত চুবুৰীয়া বন্ধুৰাষ্ট্র বাংলাদেশত শেহতীয়াকৈ যোৱা কেইবাদিনো ধৰি  মুছলিম মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী সংগঠন ৰ উদ্যোগত তাত বসবাস কৰি থকা শ শ হিন্দু পৰিয়ালৰ  ওপৰত আক্ৰমণ চলাই নাৰকীয় হত্যা যজ্ঞ ,ঘৰ দুৱাৰ ত অগ্নিসংযোগ  কৰাৰ ল…

বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে গহপুৰ দক্ষিনাঞ্চলৰ কৃষক ৰাইজে ৷

বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে গহপুৰ দক্ষিনাঞ্চলৰ  কৃষক ৰাইজে ৷ নিশা হ'লেই গহপুৰ দক্ষিনাঞ্চলৰ ডিপৰা,ডাঠকলা,বৰঝহাবাৰী আদি  গাৱঁত ধাননি পথাৰত ধান খায়, গছকি  তহিলং কৰি আহিছে বন্যহস্তীয়ে। বুধ বাৰে নিশাও বনহস্তীয়ে  উপদ্ৰৱ চ…

হেলেমত কোভিড প্ৰটকল মানি আৰম্ভ হল প্ৰাথমিক বিদ্যালয়ৰ পাঠদান । এটা শ্ৰেনীৰ শিক্ষাৰ্থীক সপ্তাহত তিনিদিন দিয়া হব পাঠদান ।

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা ৰাজ্যত আৰম্ভ হল প্ৰাৰ্থমিক বিদ্যালয়ৰ পাঠদানৰ কাৰ্য্যসূচী।  চৰকাৰী কোভিড প্ৰটকলৰ সকলো নীতি নিয়ম মানি খোল খালে শ্ৰেণীকোঠাৰ দুৱাৰ।  বিশ্বনাথ জিলাৰ হেলেমৰ চৰকাৰী-বেচৰাকী সকলো প্ৰাথমিক বিদ্যালয়ৰ লগতে হেলেমৰ এখন আগশাৰীৰ শ…

৪১ সংখ্যক মিচিং দৃৰবৃ কৌবাঙৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মিচিং সকলৰ সাংস্কৃতিক সংগঠন মিচিং দৃৰবৃ কৌবাঙৰ সোমবাৰে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস জোনাইৰ বিভিন্ন ঠাইত পালন কৰা হয় ৷  অসমৰ  সমগ্ৰ মিচিং অধ্যোষিত  অঞ্চল সমূহৰ লগতে জোনাই জিলাৰ ১৬ টা আঞ্চলিকত সোমবাৰে দিন যোৰা কাৰ্যসূচীৰে পালন কৰিছে  ৪১ সংখ্যক মিচিং দৃৰবৃ ক…

বিশ্বনাথ জিলাৰ বিহালীৰ কেইবাখনো গাঁৱত নাই বিহুৰ উল্লাস।

অসমৰ চুকে কোণে সকলোতে ধাননি পথাৰত চাকি জ্বলাই পদুলিৰ মূৰত তুলসীৰ তলত চাকি বন্তি জ্বলাই আনন্দ উল্লাসৰ মাজত পালন কৰিছে বাপতি সাহোন কাতি বিহু।  পিছে বিহালীৰ বহু কেইখন গাঁৱত নাই বিহুৰ উল্লাস আনন্দ।  বিহালীত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ ফলত শ শ বিঘা ধান…

গোগামুখত লুড’ৰ উদ্যোগত ফুটবলৰ মহাৰণ, ২২ অক্টোবৰৰ পৰা লুড’ কাপ ফুটবল প্ৰতিযোগিতাঃ

লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইশ্বন চমুকৈ লুড’ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত  পৰিষদ আৰু এন এইচ পি চিৰ আৰ্থিক সাহায্যত  ২২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ফুটবলৰ মহাৰণ ৷  গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিত্বীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা …

কাতিবিহু দিনটোতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ঢকুৱাখনাৰ বালিপুখুৰী নাথ গাঁৱৰ ৰাইজৰ।

এই কাতি বিহু দিনটোতে এটা সুচল পথ আৰু দলং বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ দেৱলীয়া পঞ্চায়তৰ অন্তৰ্গত বালী পুখুৰী নাথ গাঁৱৰ ৰাইজে। ঘিলামৰা আৰু পাতৃচুক সংযোগী জৰাজীৰ্ণ পথ আৰু দলঙৰ অৱস্থাই জ্বলা কলা সৃষ্টি কৰা পথৰ দুৰৱস্থাৰ বলি হ…

নামনি অসমৰ প্ৰতিটো জিলাত ৫৭৩তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৰ মুখৰিত হল হৰিনাম ৰ ধ্বনিৰে:

নামনি অসমৰ প্ৰতিটো নামঘৰ সত্ৰ আদিত আজি ৫৭৩তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী বিশেষ উলহ মালোহেৰে পালন কৰাৰ বাতৰি পোৱা গৈছে।        প্ৰাপ্ত বাতৰি মতে নামনি অসমৰ বঙাইগাঁও ,বৰপেটা, বাক্সা ,চিৰাং , কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ প্ৰতিটো নামঘৰ সত্ৰ আৰু…

জোনাইত নিশা দুই বজাত ভয়ংকৰ অগ্নিকাণ্ড

দুৰ্গাপুজাৰ মাজতে ধেমাজি জিলাৰ জোনাই মহকুমাৰ লখী নেপালী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয় I  আজি পুৱতিনিশা প্ৰায় 2 বজাত লখী নেপালী তিনিআলিৰ এটা হোটেলৰ পৰা অগ্নিকাণ্ড সংগঠিত হোৱাৰ সন্দেহ I  অগ্নিকাণ্ডটোত   দুটা হোটেল আৰু এটা পান দোকান সম্পূৰ্ণৰূপে জ…

'মিছন বসুন্ধৰা' আঁচনিৰ জৰিয়তে কৃষক ৰাইজক ভূমিপট্টা প্ৰদানৰ দাবী।

ধেমাজি জিলাৰ জোনাইৰ মহকুমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ মুনমুনী মাজিআলিৰ 22 খন গাঁৱৰ খেতিয়ক ৰাইজে দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। তদুপৰি ৰাইজে দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ হেমাহিক তীব্…

বুধবাৰে গোগামুখতো ভইচ অৱ মিচিঙৰ গোগামুখ সংস্কৰণ সম্পন্ন হৈ যায় ৷

মিচিং জনজাতি সকলৰ অন্যতম সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ উদ্যোগত সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত মিচিং সংগীতৰ মহাৰণ আৰম্ভ হৈছে ৷  আজি বুধবাৰে গোগামুখতো ভইচ অৱ মিচিঙৰ গোগামুখ সংস্কৰণ সম্পন্ন হৈ যায় ৷ অসমৰ অন্যতম ভুমিপুত্ৰ মিচিং সকল ৷ সাংস্ক…

কোকৰাঝাৰ ত দুৰ্নীতিৰ অভিযোগত আটক লাট মণ্ডল

নামনি অসম তথা বিটিয়াৰৰ ৰাজধানী কোকৰাঝাৰ চহৰত  অৱস্থিত  ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ  এগৰাকী লাট মণ্ডল ক শাৰদীয় দুৰ্গা পূজাৰ মাজতে দুৰ্নীতি ৰ অভিযোগ ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই  তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া ৰ সৃষ্টি কৰিছে ।  প্ৰাপ্ত বাতৰি মতে কোক…

ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান হিচাপে ঘোষণা নকৰিলে অসম চৰকাৰে

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশৰ পৰা অৰুণাচল হৈ বৈ অহা চিয়াং নৈখন মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত জোনাই অঞ্চলৰ কাৰণে এক চিন্তনীয় বিষয় হৈ পৰিছে ।  কাৰণ ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পৱা বৰ্ষাৰণ্যৰ নিচেই কাষেদি বৈ যোৱা চিয়াং নৈ এতিয়া বৰ্তমান ম…

Recognition of National Medical Association to Lakhimpur Medical College.

Finally good news for North Assam. The National Medical Association has started treatment of Lakhimpur from this year. Recognition for starting college MBBS classes.   Admission will be in November-December. Other recruitment process will be done so…

জোনাইত অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

জোনাই আঞ্চলিক অসম  জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে   নিজা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৷  নিৰ্ধাৰিত  কাৰ্যসূচী অনুসৰি পোৱা মূৰ্কংচেলেক গাৱঁৰ জেষ্ঠ্য ব্যক্তি ৰবি কোম্বাঙৰ ( KUMBANG ) দ্…

মাজুলী নিমাতী সংযোগী ফেৰী ঘাটৰ মাজত চলিছে গুটিয়া ফেৰী

যোৱা আঠ ছেপ্টেম্বৰ তাৰিখে মাজুলীৰ অভিমুখী ফেৰী ভয়াবহ দুৰ্ঘটনাৰ পাছত চৰকাৰে মাজুলী নিমাতী ঘাট সংযোগী পাৰ ঘাটত পূৰ্বৰপৰা চলি অহা গুতিয় যাত্ৰী বাঁহী ফেৰী চলাচল বন্ধ কৰি দিছিল ।  চৰকাৰে তাৰ বিপৰীতে আভ্যন্তৰিণ বিভাগৰ জাহাজ আৰু Ro'pex ৰ দ্বাৰা যাত্ৰী চ…

এজন শিক্ষক আৰু এটা প্ৰাথমিক বিদ্যালয়ৰ কৰুণ কাহিনী I

মোৰ আপোনাৰ দৰে তেওঁৰো আছে বহুতো সপোন I আনৰ দৰে গাড়ী, মটৰ, বাংলা নহলেও বিনা বেতনে  শিক্ষকতাৰ লগতে খেতি বাতি কৰি  পত্নী , পুত্ৰ আৰু পুত্ৰীৰ সৈতে পাৰ কৰিছিল সুখৰ জীৱন I প্ৰায় বিশ বছৰে অপ্ৰাদেশীক প্ৰাথমিক বিদ্যালয়ত শ শ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি শিক্ষা…

মাজুলীৰ জ্যেষ্ঠ সাংবাদিক , সাহিত্যিক ৰঞ্জন বৰালৈ ত্রিহৃদয় বঁটা

মাজুলীৰ জ্যেষ্ঠ সাংবাদিক , সাহিত্যিক ৰঞ্জন বৰালৈ মাজুলীৰ অন্যতম কলা সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীয়ে চলিত বর্ষৰ বাবে ত্রিহৃদয় বঁটা ২০২১ আগবঢ়াইছে ।  অসমৰ সমাজ- সাহিত্য আৰু সাংস্কৃতিক জগত খনলৈ বিগত সময়ত ৰঞ্জন বৰাই আগবঢ়োৱা অনবদ্য অৱদানৰ …

Load More
That is All