Share on Facebook
عرض المشاركات من أكتوبر, 2022

অসম মিঞা পৰিষদৰ দুই নেতাক জিলা আৰক্ষী প্ৰশাসনে আটক কৰি ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।

অসম মিঞা পৰিষদৰ দুই নেতাক জিলা আৰক্ষী প্ৰশাসনে আটক কৰি ইতিমধ্যে নলবাৰী জিলাৰ ঘগ্ৰাপাৰা আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে। সমগ্ৰ দেশ,উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ৰাজ্যজুৰি তুমুল বিতৰ্ক আৰু সমালোচনাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা নামনী অসমৰ গোৱালপাৰা জিলাৰ জলে…

সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু য়ে কেতবোৰ বিভিন্ন দিশত উন্নয়ন মূলক কাৰ্য্যৰ এক সজাগতা অভিযান।

আগন্তুক লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ভাৰতবর্ষ তথা প্ৰতিটো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো চলিছে ক্ষমতা দখলৰ ব্যাপক প্ৰতিযোগিতা। কিন্তু এনে এক সন্ধিক্ষণত এতিয়া আৰম্ভ কৰিছে নামনী অসম তথা বিটিএডি এলেকাৰ প্ৰতিটো জিলাত সদৌ বড়ো ছাত্ৰ …

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এইবাৰ ষ্ট্ৰিং অপাৰেচন চলালে সাংবাদিকৰ দলে ৷

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এইবাৰ ষ্ট্ৰিং অপাৰেচন চলালে সাংবাদিকৰ দলে ৷  এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰৰ পৰ্বতঝোৰাৰ কাজী গাওঁ আৰক্ষী  থানাৰ অন্তৰ্গত শুপাৰীঘাটত ৷  আগে - আগে ড্ৰাগছ মাফিয়া পিছে - পিছে সাংবাদিকৰ দল ৷ এই ঘটনা সংঘটিত হৈছে  পৰ্বতঝোৰাৰ কাজিগাঁও আৰ…

নামনী অসমৰ গোৱালপাৰা জিলাত অতি বিতৰ্কৰ সৃষ্টি কৰা মিঞা মিউজিয়াম চৰকাৰী নিৰ্দেশত জিলা প্ৰশাসনে কৰিলে শ্বিল : অনশনত বহাৰ পিছত দুজনক আটক।

নামনী অসমৰ গোৱালপাৰা জিলাত অতি বিতৰ্কৰ সৃষ্টি কৰা মিঞা মিউজিয়াম চৰকাৰী নিৰ্দেশত জিলা প্ৰশাসনে কৰিলে শ্বিল : অনশনত বহাৰ পিছত দুজনক আটক। নামনী অসমৰ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কংগ্ৰেছ(ই) বিধায়ক শ্বেৰমান আলি নিজ দল আৰু শাসণাধিস্থ বিজেপি নেতৃত্বাধীন মিত্ৰ…

গোগামুখ পাৰঘাট মিচিং গাঁৱত কন কন শিশু হঁতে উদযাপন কৰিলে মিচিং ভাষা স্বীকৃতি দিৱস।

গোগামুখ পাৰঘাট মিচিং গাঁৱত কন কন শিশু হঁতে উদযাপন কৰিলে মিচিং ভাষা স্বীকৃতি দিৱস। পাঁচবছৰীয়া পতিন আ:অ দলয়ে ককা নন্দেশ্বৰ দলেৰ কোলাত উঠি পতাকা উত্তোলন কৰাৰ দৃশ্যই সকলোকে মুহিত কৰিলে । মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি তথা প্ৰাক্তন কৃতি শিক্ষক মিগা…

২২নং গোগামুখ ঢকুৱাখনা ৰাজ্যিক ঘাই পথ স‌ংযোগী গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপ।

ধেমাজি বিধান সভা সমষ্টিৰ গোগামুখ ৰাজহ চক্ৰৰ নাহৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণা ভীমপৰা মথাউৰি-২২নং গোগামুখ ঢকুৱাখনা ৰাজ্যিক ঘাই পথ স‌ংযোগী গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপ।ভাৰতে স্বাধীনতা পালে ঠিকেই কিন্তু বৃহত্তৰ গোগামুখ নাহৰবাৰী ৰাইজৰ বিশেষ উন্নয়ন বুলিবল…

গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সলনি সন্দৰ্ভত সংবাদ মেল।

গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সলনি সন্দৰ্ভত সংবাদ মেল। আজি গোগামুখ আবতানি লত্তাত তিনি মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ধেমাজি জিলা অধিৱেশনৰ দিন সাল সলনি সন্দৰ্ভত সংবাদ মেল অনুষ্ঠিত কৰা হয়৷অসমৰ অন্য…

পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য

পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য। এই দলঙৰ নিৰ্মাণৰ বিসংগতি ধৰা পৰাৰ পাছতে বিগত প্ৰায় ৫ মাহ ধৰি বন্ধ ৰখা হৈছিল নিৰ্মাণকাৰ্য । মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভউল্লেখ্য যে প্ৰায় ৬৫৩ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলীব…

بلا عنوان

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত কটাশবাৰী প্ৰাথমিক শাখাত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত লাভ কৰা ধনৰাখিৰে নিৰ্মাণ সমাপ্ত হোৱা মণিকূট আৰু নাটঘৰ উদ্ধোধন কৰে জিলা সদন সদস্য ফুলচৰণ পাঠক বাপে আৰু সংঘৰ ধৰ্মৰ ধ্বজা উত্তোলন কৰে প্ৰাথমিকৰ সভা…

নৱনিৰ্বাচিত কোচ ৰাজবংশী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ

নৱনিৰ্বাচিত কোচ ৰাজবংশী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ শপত গ্ৰহণ ২ অক্টোবৰ তাৰিখে দুৰ্গাপূজা তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জন্মজয়ন্তীৰ দিনা বঙাইগাঁও জিলাৰ ঐতিহাসিক দেৱদাৰু নগৰী তথা বিজনী ৰাজ্যৰ ৰাজধানী অভয়াপুৰি সাহিত্য ভৱণত অনুষ্ঠিত হয় । নৱন…

تحميل المزيد
لم يتم العثور على أي نتائج