Share on Facebook
Showing posts from February, 2021

মিচিং অটনমাছ কাউন্সিলৰ উদ্যোগ ত গুৱাহাটীত অনুষ্ঠিত হোৱা মিচিং হেণ্ডলুম এক্সপ'ত দুৰ্বৃত্তৰ আক্ৰমণ ।

মিচিং অটনমাছ কাউন্সিলৰ উদ্যোগ ত গুৱাহাটীত অনুষ্ঠিত হোৱা মিচিং হেণ্ডলুম এক্সপ'ত দুৰ্বৃত্তৰ আক্ৰমণ । কৰ্মশ্ৰী হিতেশ্বৰ  শইকীয়াৰ জুনিয়ৰ কলেজৰ   খেলপথাৰত 24 ফ্ৰেব্ৰুৱাৰীৰ পৰা 28 ফ্ৰেব্ৰুৱাৰী লৈ পাঁচদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল মিচিং হেণ্ডলুম এ…

ন- বি জে পি ভুৱন পেগুৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদী সভা ৷

আজি বি জে পি ৰ জোনাই সমষ্টিৰ তেলাম আৰু লাইমেকুৰী আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে ন - বিজেপি ভুৱন পেগুৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷     জানিব পৰা মতে নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত গন শক্তি অসম নামৰ উপ - আঞ্চলিক দল এৰি   বিজেপিত যোগদান …

জোনাইৰ বাহিৰ জোনাইত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত আন দুজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ ৷

জোনাইৰ বাহিৰ জোনাইত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত আন দুজনক সংকটজনক অৱস্থাত AMC লৈ প্ৰেৰণ ৷ নিহতজন জোনাই আগাম দঃলুঙৰ তাকিৰ গাৱঁৰ নিবাসী জোনাই মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাম বড়ি (৫৯) ৷  আজি  পিতৃৰ দদগাং অৰ্থাৎ দহাকাজ উপলক্ষে তিনিমাইল ঘাটত পিন্দদান ক…

মাজুলীত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে ১০০ খন বিচনাযুক্ত গড়মূৰ জিলা চিকিৎসালয়

দ্বীপ জিলা মাজুলীত উপস্থিত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।  মাজুলীত উপস্থিত হৈয়ে সৰ্বানন্দ সোণোৱাল মাজুলী কমলাবাৰী ঘাটত বাৰিষা সময়চোৱাত যাতে মাজুলীৰ চৰ চাপৰিসমূহত থকা পশুসমূহৰ তাৎক্ষণিক চিকিৎসা প্ৰদাণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদাণ কৰা ন…

অসম বচাও আহক কাৰ্যসূচীলৈ জোনাইত উপস্থিত কংগ্ৰেছ নেতা নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷ বি জে পিক চাইনিজ মাগুৰ লগল তুলনা কৰি তুলাধুনা দিয়ে ৷

অসম বচাও আহক  কাৰ্যসূচীলৈ জোনাইত উপস্থিত কংগ্ৰেছ নেতা নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ ৷ এপাক গুমঃৰাগ চঃমান নাচিলে আলি আয়ে লৃগাঙ উপলক্ষে ৰাইজৰ লগত ৷  বি জে পিক চাইনিজ  মাগুৰ লগল তুলনা কৰি তুলাধুনা দিয়ে ৷  আজি অসম বচাও কাৰ্যসূচীলৈ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদ…

ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে আয়োজন আলি আঃয়ে লৃগাং। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয় উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন…

ঢকুৱাখনা মাতমৰাত অনুষ্ঠিত হোৱা TMPK ৰ সোণালী জয়ন্তী বৰ্ষৰ দ্বিতীয়টো কাৰ্যসূচীত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংৰ অংশ গ্ৰহন।

হাজাৰ হাজাৰ মিচিং মৃমবৃৰ -য়ামেৰ দ্বিতীয় তথা অন্তিমটো  কাৰ্য সূচীৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হ'ল মাতমৰাৰ অল আচাম মিৰি উচ্চতৰ মাধ্যমিক খেল পথাৰত।      অৰণ্য মানৱ যাদৱ পায়েংৰ ভাষণ প্ৰসঙ্গত নিজৰ জীৱনৰ কথা কৈ মানুহৰ প্ৰকৃতিৰ লগত কেনেধৰণৰ সম্পৰ্ক সে…

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী।

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথো এটা দিন বাকী।  সৰস্বতী বন্দনাৰে মুখৰিত হ'ব বিদ্যালয় সমূহ। বাগ দেৱীৰ চৰণত সেৱা ল'বলৈ সাঁজু হৈছে ছাত্ৰ ছাত্ৰী সকল।  তাৰ সমান্তৰালকৈ গহপুৰতো দেখা গৈছে মৃৎ শিল্পী সকলৰ ব্যস্ততা। গহপুৰত শিল্পালয়  স…

১৭ ফেব্ৰুৱাৰীত ঢকুৱাখনাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব আলি আঃয়ে লৃগাং।

ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যজুৰি উদযাপন কৰিব আলি আঃয়ে লৃগাং। ১৭ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চাকালয় উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাত ব্ৰহ্মপুত্ৰ মহ…

ঢকুৱাখনাত TMPK ৰ সোণালী জয়ন্তী বৰ্ষ আজিৰ পৰা আৰম্ভ

ঢকুৱাখনাত TMPK ৰ সোণালী জয়ন্তী বৰ্ষ প্ৰস্তুতি তুংগত  মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে অৰণ্য মানৱ যাদৱ পায়েঙক  দুদিনীয়া কাৰ্য সূচীৰে আয়োজন‌‌ কৰা সোণালী জয়ন্তী ৰূপায়ণৰ বাবে উদ্যোগতা সকলে ইতিমধ্যে তৎপৰতাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। টাকাম মিছিং প…

অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং সকলে অহা ১৭ ফ্ৰেব্ৰুৱাৰীত উদযাপন কৰিব জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৷

এতিয়া পলাশ  - শিমলু - মদাৰ-  কম্বং ফুলেৰে ৰাঙলী হৈছে আকাশ , চৌদিশ ; ফাগুন আহিছে ; যেন লৃগাঙৰহে বতৰা কঢ়িয়াই আনিছে ৷ কৃষিয়েই মিচিং সকলৰ জীৱন - জীৱিকা আছিল ৷ হাবি - জংঘল কাটি কৰা খেতিৰ সু - ফচল পোৱাৰ আশাৰে প্ৰত্যেক বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং সক…

মাজুলীৰ জাতায়ত ব্যৱস্থাৰ যুগান্তকাৰী পদক্ষেপ, বায়ু পথেৰে সংযোগিত হ'ল বহিঃ জগতৰে মাজুলী।

নদী দ্বীপ মাজুলীৰ ইতিহাসৰ আজিৰ দিনতো এক যুগান্তকাৰী আৰু প্ৰগতি কামি দিন ।  যাতায়ত ব্যৱস্থাৰে দূৰ্গম  বিশ্বৰ বৃহত্তম নদী দ্বীপ জিলা মাজুলীক  বায়ু পথেৰে সংযোগীত হ'ল আজি দিনতো।  মাজুলীক বহিঃ জগতৰে কম সময়ৰ ভিতৰত যোগাযোগৰ কাৰণে মূখ্যমন্ত্ৰী সৰ্বানন্দ …

ঢকুৱাখনাত TMPK ৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত।

ঢকুৱাখনাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে আয়োজন কৰা হ'ব মিচিং জনগোষ্ঠীৰ TMPK ৰ সোণালী জয়ন্তী বৰ্ষ। সেয়েহে সোণালী জয়ন্তী বৰ্ষ সফল ৰূপায়ণৰ বাবে আয়োজক সমিতিয়ে দিন ৰাতি একাকাৰ কৰি নিৰ্মাণ কৰিছে সুবিশাল মণ্ডপ, পেণ্ডল,ভোজন…

২০ ফেব্ৰুৱাৰী ভিতৰত আৰম্ভ হ'ব মাজুলী -যোৰহাট সংযোগী দলংৰ নিৰ্মাণ কাৰ্য্য

মই মিচলীয়া নহয়। মই আপোনালোকৰ আৰ্শীবাদত যেনেদৰে আপোনালোকৰ আশা প্ৰত্যাশা লৈ প্ৰতিস্তুতি প্ৰদাণ কৰো সেই প্ৰতিস্তুতি সকলো সময়তে ৰূপায়ণ কৰিবলৈ বদ্ধ্য পৰিকৰ ।  মাজুলীৰ দৰিয়া পাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ এক বিশাল জন-সভাত   মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন…

ঢকুৱাখনা সমষ্টিত মন্ত্ৰী নৱকুমাৰ দলেক প্ৰত্যাহ্বান ডাঃ ৰাজেন পেগুৰ।

বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ বাকী। বিধানসভা নিৰ্বাচনৰ আগতে মন্ত্ৰী নৱকুমাৰ দলেক প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়িছে ডাঃ ৰাজেন পেগুৱে। ২৫ বছৰে ঢকুৱাখনা সমষ্টিত গাদী দখল কৰা প্ৰাক্তন বিধায়ক ভৰত নৰহৰ  বিপৰীতে এইবাৰ বহুসংখ্যক  তৃণমূল কংগ্ৰেছে প্ৰাৰ্…

মুখ্যমন্ত্ৰীৰ পুত্তলিকাক লৈ আৰক্ষী আৰু আছু কৰ্মীৰ মাজত টনা আজোৰা।

তেজপুৰ আৰু শুৱালকুচি কাণ্ডৰ বাবে সমগ্ৰ ৰাজ্যজুৰি আছুৱে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ হেলেমটো আছু কৰ্মীয়ে দাহ কৰিব লৈছিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা। পিছে হেলেম আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি পুত্তলিকা দাহ কৰি…

লখিমপুৰ জিলাৰ নামনি দর্গেত আলি আ:য়ে লৃগাংৰ ব্যাপক প্ৰস্তুতি।

লখিমপুৰ জিলাৰ নামনি দর্গেত আলি আ:য়ে লৃগাংৰ ব্যাপক প্ৰস্তুতি। মিছিং সম্প্ৰদায়ৰ লোকৰ  ফাগুনৰ প্ৰথমটো বুধবাৰত উদযাপন কৰা হয় আলি আ:য়ে লৃগাং। অসমৰ ভিন্ন প্ৰান্তৰ লগতে নামনি দৰগেতো উদযাপন কৰিব অহা ১৭আৰু ১৮ ফেব্ৰুৱাৰীত। এই সন্দৰ্ভত আমাৰ মিচিং লুটাদৰ সাংবাদি…

Load More
That is All