Showing posts from September, 2021
ধেমাজি জিলা অসম হাইস্কুল শিক্ষক সংস্থাৰ সংবাদমেল ধেমাজীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকৰ প্ৰতি আদৰণি জনায় আজি ধেমাজি জিলা অসম হাইস্কুল শিক্ষক সংস্থা কাৰ্যালয়ত ধেমাজি আৰু জোনাইৰ শিক্ষকসকলে এক সংবাদ মেল আয়োজন কৰে । সংবাদ মেলৰ প্ৰধান উদ্দ…
ঢকুৱাখনাত জন সচেতন মঞ্চ অসমৰ উদ্যোগত কৃতজ্ঞতা যাত্ৰা। আজি ঢকুৱাখনা নগৰত জন সচেতন মঞ্চ অসমৰ উদ্যোগত কেইবাশতাধিক লোকে গৰুখুটিৰ অবৈধ বেদখলৰ উচ্ছেদ অভিযান চলাই খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰলৈ ধন্যবাদ…
গহপুৰ নগৰত আৰক্ষীৰ জালত পৰিল সোণৰ নাঁও সহ চাৰিজন লোক। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গহপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই গহপুৰ নগৰৰ মাজমজিয়াত ৰখাই থোৱা AS01 EN 6165 নম্বৰৰ এল্টো ৮০০বাহনৰ পৰা উদ্ধাৰ কৰে সোণৰ নাও। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰি…
কোকৰাঝাৰত ইউপিপিএলৰ দলীয় কাৰ্যনিৰ্ৱাহক সভা আৰম্ভ ৷ উপ নিৰ্ৱাচনত এনডিএই আটাই কেইটা সমষ্টিত জিকিৱ ৷ বিটিআৰৰ দুটা আসনত ইউপিপিএল দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিৱ ইউএলবিৰ ১২ সদস্য মুলসূঁতিলৈ অহাক প্ৰমোদ বড়োৰ আদৰনি কোকৰাঝাৰ ২৯ ছেপ্তেম্বৰঃ বিটিআৰৰ সদৰ কোকৰাঝা…
TMPK তাঃক গিটুং বাতাক কেবাঙৰ উদ্দ্যোগত আৰু তাঃক গিটুং য়ামে-মৃমবৃৰৰ সৌজন্যত আজি তাঃক গিটুং মুৰং অকুম প্ৰাংগনত এক মহীয়া গোমৰাগ প্ৰশিক্ষণ আৰু ঢোল বজোৱা প্ৰশিক্ষণ শুভাৰম্ভ । আজিৰ যুৱক-যুৱতি ভৱিষ্যতৰ এক নাগৰিক, এই এই উদ্দ্যেশ্যৰে TMPK তাঃক গিটুং বাতাক …
নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দেশ্বৰ বৰাৰ বাসগৃহত মূখ্যমন্ত্ৰী । অসমৰ মূখ্যমন্ত্ৰী ড০ হিমম্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ পহুমৰা পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ গাওঁৰ নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাত নিহত স্বৰ্গীয় ইন্দেশ্বৰ বৰাৰ বাসগৃহত উপস্থিত হৈ শ…
ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত চুমনি গাঁৱৰ বগীৰাম মেদক নামৰ যুৱক আজি দুসপ্তাহে নিৰুদেশ হৈ আছে। যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা যুৱকজন নিৰুদেশ হোৱাত পৰিয়াল তথা আত্মীয় স্বজনে বিভিন্ন ঠাইত বিচাৰি হাবাথুৰি খাইছে যদিও এতিয়াও পোৱা নাই। যাৰ ফলত যুৱকজনৰ মা…
যিসময়ত বিজ্ঞান প্রযুক্তিৰে মানুহে মহাকাশত বৰি দিবলৈ সক্ষম হৈছে, তেনে সময়তো আদিম যুগৰ দৰে জীৱন যাপন কৰিবলগীয়া হৈছে এখন বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। বৰ্তমান উপাইবিহীন হৈ হাতে হাতে দা, কূৰ লৈ ওলাই আহিল মধূপুৰ অঞ্চল এয়া ধেমাজি জিলাৰ জোনাই মহকুমাৰ মিছামৰা …
হত্যা,ধৰ্ষণ,অপহৰণকে আদি কৰি একাধিক বেআইনী কাৰ্যকলাপত জড়িত দুধৰ্ষ অপৰাধী গেৰজাইক গ্ৰেপ্তাৰ ঢকুৱাখনা আৰক্ষীৰ। গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাগড়া অঞ্চলত প্ৰায় ৬ মাহ পূৰ্বে লখিমপুৰৰ তুল দত্তৰ হত্যাকাণ্ডৰ সতে জড়িত আছিল ঢকুৱাখনা জালভাৰী গেৰজাই। ঢকুৱ…
লাইমেকুৰী মাজুলীপুৰ আদৰ্শ বিদ্যালয়ত লটাৰী জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়াৰ তীব্র বিৰোধিতা কৰিছে জোনাই মহকুমাৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে। লাইমেকুৰী মাজুলীপুৰ আদৰ্শ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ মুঠ ৮০ খন আসনৰ ব্যৱস্থা আছে।সেইধৰণে ষষ্ঠ শ…
জোনাই মহকুমাৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁৱ পঞ্চায়তৰ প্ৰাংগনত আজি তাৰি ৰদং আঞ্চলিক সমিতিৰ ছয়টা সংগঠনৰ অধিৱেশন সম্পন্ন । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁৱ পঞ্চায়তৰ প্ৰাংগনত মিছিং জনগোষ্ঠীৰ শক্তিশালী পিতৃ স্বৰূপ জাতীয় সংগঠন …
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK/MMK/TMMK আৰু MBK/MAK/MDK গালী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান গালী স্হিতিত TMPK কাৰ্যালয়ত অনুষ্ঠিত হয় । ছয়টা সংগঠনৰ সভাপতি সকলৰ সভাপতিত্বত পৰিচালনা হোৱা সভাখনত ছয়টা সংগঠনৰ অধিকা…
লখিমপুৰৰ নাওবৈচাত ৰোগী,আৰু ডাক্তৰৰ মাজত মাক্স পিন্ধা নিপিন্ধাক লৈ দুৰ্বাদল কাজিয়া। চিকিৎসাৰ বাবে যোৱা ৰোগীৰ মাতৃক মৰিয়াই গতিয়াই চিকিৎসালয়ৰ পৰা উলিয়াই দিলে ডাক্তৰে। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাৰ গড়চিগা ৰাজ্যিক চিকিৎসালয়ত মহিলা ডাক্তৰ ম…
এক গুৰুত্বপূৰ্ণ খবৰ। ঢকুৱাখনা ঘিলামৰা থানাৰ অন্তৰ্গত সোৱণশিৰি চতিয়না কুম্বাং গাঁৱৰ ফুলজান পেগুৰ ২৩ বছৰীয়া পত্নী জানমণি দলে পেগুৱে ১২ ছেপ্টেম্বৰ দেওবাৰে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে নিজ ঘৰৰ পৰা বাইদেউৰ ঘৰলৈ…
সমগ্র ৰাজ্য জুৰি আজি ভূ মাফিয়াৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে নামনি অসমৰ প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো অভিযান চলাই আৰক্ষীয়ে মুঠ 14 জন মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত বাতৰি মতে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডঃ হেমন্ত বিশ্ব শৰ…
ঐতিজ্যমণ্ডিত তামৰঙা কনৰা বিলৰ নিবিদা আৰু বিলখনক আঠ ভাগত বিভক্ত কৰাকলৈ উত্তেজিত ৰাইজ । মীন মহলৰ নিবিদা বাতিল কৰাৰ দাবী জনাইছে স্থানীয় মাছমৰিয়া লোক সকলে। ঐতিজ্যমণ্ডিত তামৰঙা কনৰা বিলখনৰ নতুন টেণ্ডাৰ আৰু বিলখনক আঠ ভাগত বিভক্ত কৰি তামৰঙা বিলৰ মাছমৰিয়াৰ…
বিহালীৰ বটিয়ামাৰীত ব্ৰহ্মপুত্ৰত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ। আবেলিৰ ভাগত স্থানীয় ৰাইজে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছতে বিহালী আৰক্ষী থানাত অৱগত কৰে। উদ্ধাৰ হোৱা মৃতদেহ নিমাতিঘাটৰ নৌকা দুৰ্ঘটনাৰ পৰা অহা বুলি সন্দেহ প্ৰকাশ ৰাইজৰ। বিহালী থ…
মাত্ৰ চাৰিজন সদস্য ৰে বিগত ১৯৩০ইং চনত গঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলেৱৰ এতিয়া সমগ্র আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এনে এক সন্ধিক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন বহুমুখী দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ অৰ্থে এক সংস্থাপন মূলক আৰু ইয়াৰ…
BIG BREAKING NEWS বাঘজানত অইলৰ পাইপত অগ্নিকাণ্ড। বাঘজান BGR-5 তৈলখাদৰ সমীপত সংঘটিত এই ঘটনা। ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়াক অৱগত কৰে স্থানীয় লোকে। অইলৰ পৰিত্যক্ত পাইপত জুই লগা বুলি জানিব পৰা গৈছে। স্থানীয় লোকে এই সন্দৰ্ভত সদৰী কৰিছে আৰক্ষীক। APIO TAID REP…
জোনাই ফ্ৰানচিলিয়ান হাইস্কুলৰ শিক্ষক সত্যেন্দ্ৰ প্ৰসাদ সিংহ ( বেচৰকাৰী বিদ্যালয় ) দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষকজন ৷ সোমবাৰে জোনাইৰ অসম - অৰুণাচল সীমান্তৰ ঐৰামঘাটতৰ চিয়াং নদীৰ গৰাৰ কাষত AR09 A 6202 নম্বৰৰ হন্দা মটৰচাইকেলখনৰ লগতে কাপোৰ ; নথিপত…
জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন বাৰুছ পেগু নামৰ যুৱক জন নিহত বাৰুছ পেগুৰ মৃত্যুৰ খবৰ পাই নিজ পিতৃ নিৰানন্দ পেগু হতাশ হৈ লগতে মৃত্যু হয় ধেমাজি জিলাৰ জোনাইত বিশ্বকৰ্মা পূজাৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় I জানিব পৰা মতে ধেমাজি জিলাৰ জোনাই ম…
নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা ডঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ। ডঃ বিক্ৰমজিৎ বৰুৱা আছিল মাজুলী গড়মূৰ পিতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ৰ চিকিৎসক। ইতিমধ্যে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱা পিছত ভেকেলী চাপৰিৰ পৰা এছ.দি.আৰ. এফৰ বাহিনীয়ে নি…
বানপানীৰ পাছত কেনে পৰিস্থিতি লাইকা - দধিয়াবাসী ৰাইজ। এক দুৰ্বিষ জীৱন - শ শ বিঘা কৃষিভুমি পলসে পুতি পেলালে। লাইকা - দধিয়াবাসীৰ ৰাইজৰ কৃষিভুমি বানে তচনচ কৰি পেলালে। কৃষিৰ ওপৰতে নিৰ্ভৰশীল বনগাঁওৰ দুখনত প্ৰতি বছৰে হোৱা প্ৰলয়ং…
অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK/MMK/TMMK/MBK/MDK/MAK টেলাম আঞ্চলিক সমিতিৰ দ্বী-বাৰ্ষিক সাধাৰণ অধিৱেশন টেলাম দৃৰবৃ অকুম লত্তাত আজি অনুষ্ঠিত হয় । উক্ত অধিৱেশনত পূৱা ৭.০০ বজাত চাফাই অভিযান চলোৱাৰ লগতে ৭.৩০ বজাত মছন দল…
বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালী অঞ্চলৰ ব্ৰহ্মপুত্ৰত নৈত উদ্ধাৰ এজন ব্যক্তিৰ এটা বেগতগুৰুত্বপূৰ্ণ নথি পত্ৰ সহ পৰিচয় পত্ৰ উদ্ধাৰ। বেগটোৰ ভিতৰত আছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ AS:07R8009 নম্বৰৰ মাৰুতি গাড়ীৰ ৰেজিষ্টেচন কাৰ্ড,মদন পে…
মাজুলী নিমাতিঘাটৰ শোকাবহ নাওঁ দুৰ্ঘটনাত নাওবৈচাৰ ৰামপুৰৰ মাধৱপুৰ ইন্দ্ৰেশ্বৰ বৰা উদ্ধাৰ পোৱাৰ পিছতো ঘৰত শোকাকুল পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত মন্ত্ৰী ৰানোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ । আজি বিশ্বনাথ ঘাটত আজি উদ্ধা…
ধেমাজি জিলাৰ জোনাই মহকুমাত চিয়াং নদীৰ বানে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল I চিয়াং নদীয়ে ৰাভাকাঠনিত মাথাউৰী চিঙাৰ ফলত বাঢ়নী পানীয়ে ইতিমধ্যে জোনাই মহকুমাৰ বিভিন্ন গাওঁত হাজাৰ হাজাৰ লোকক ক্ষতিগ্ৰস্ত কৰাৰ লগতে শ শ হেক্টৰ খেতি ভূমি নষ্ট কৰিছিল I এনে ব…
মাজুলীৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা লক্ষীমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ বিশ্বনাথ ঘাটত উদ্ধাৰ । মোৰ একো নহয়, চিন্তা নকৰিবা! পত্নীৰ লগতে বহুজনৰ জীৱন ৰক্ষা কৰি নিজে হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত, আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হ'ল ইন্দ্ৰেশ্বৰ …
বঙাইগাঁও জিলাৰ বিদ্যাপুৰত চাঞ্চল্যকৰ ঘটনা নিশা বিছনাৰ পৰাই পানী কেচুৱাক চুৰ কৰি নিলে কোনোবা দুৰ্বৃত্তই । ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত নিশা মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হল এটি পানিকেচুৱা ন…
বিশ্বনাথৰ ছোৱাগুৰী অঞ্চলৰ ব্ৰাহ্মপুত্ৰ নৈৰ পৰা উদ্ধাৰ হোৱা এটা বেগক লৈ তীব্ৰ চাঞ্চল্য বিশ্বনাথত। শুক্ৰবাৰে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলিয়ে মাছ মাৰিবলৈ গৈ নদীত উটি গৈ থকা অবস্থাত উদ্ধাৰ কৰে বেগটো। বেগটোৰ পৰ…
বানবিধ্বস্ত জোনাই মহকুমাত পাহাৰীয়া খৰস্ৰোতা চিয়াং নদীৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ জোনাই মহকুমাৰ কাম্পুং চৰাইবাৰী, জীয়াধল, মুদৈ, দেবেৰা, মাছখোৱা, গালীঘাট, চৰাইবাৰী আদি গাঁৱৰ বিস্তীৰ্ণ সেউজীয়া খেতিপথাৰৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী চিয়াং নদী…