Showing posts from August, 2020
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। সোমবাৰে শেষনিশ্বাস ত্যাগ কৰে মুখাৰ্জীয়ে। মৃত্যুৰ সময়ত প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ বয়স আছিল ৮৪বছৰ। ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্রপতি আছিল প্ৰণৱ মুখাৰ্জী। ২০১২ চনৰ পৰা ২০১৭ চনলৈ ৰাষ্ট্রপতিৰ আসন অলংকৃত কৰিছিল ম…
লাইকা দধিয়া বাসীয়ে DIGITAL ইণ্ডিয়াৰ D টো দেখা পোৱা নাই আজিলৈকে আৰু দুখীয়া ৰাইজৰ উন্নয়নৰ বাবে চৰকাৰে দিয়া আঁচনিৰ এটা আঁচনিৰ গোন্ধ আজি পৰ্যন্ত পোৱা নাই। মুখ্যমন্ত্ৰী গৃহ সমষ্ট্ৰিত লাইকা দধিয়াবাসী ৰাইজে-ডিজিতেল ইণ্ডিয়াৰ দিনতো নাই, 'প্ৰধান মন্ত্ৰী…
Uyu Tarunchndro pamegaké mépa longém majuli modulok majuli jono jati koleslo ír pongkírpé ika. Rokom 7: 30 do lotta mopusunam. 8:00 mépa kumtom. kumgéboka mg montiram mili (MAK) kébang abu do:nyi po:lo bangke. Mg satyajit mili TMPK kébang abu …
২৩ বছৰীয়া সৌৰভ মণ্ডল নামৰ যুৱকজনে ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনে সৌৰভে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা আৰম্ভ কৰি সুধাকষ্ঠ ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি ব্যক্তিৰ ছবি আঁকিবলৈ সক্ষম হৈছে৷ বা…
আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ। দিল্লীত ৬ বছৰে বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে। দিল্লীত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে। বিদ্যুতৰ মাচুল একে ৰাখি, কম মূল্যত প্ৰদান কৰিলে দিল্লীবাসীক আম আদমী পাৰ্টিৰ এইয়া চমৎকাৰ। ৬ বছৰ…
দিনৰ ১১ বজাত মৰনৈ বেবেজীয়াত সংঘটিত হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা । ঘটনা বিৱৰণি অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত আলিমুৰ ভাটিখণ্ডৰ বাসিন্দা দুজন ব্যক্তি মটৰ চাইকেলত বেবেজীয়া চাৰিআলিত বজাৰ কৰিবলৈ গৈ থাকোঁতে হঠাতে দিনৰ ১১ বজাত এজোপা প্ৰকাণ্ড শিমলু গছ উভালি দু…
লখিমপুৰ জিলাৰ বগীনদী প্ৰেছ ক্লাৱত সংবাদ মেল সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাৰ। ১ ছেপ্তেম্বৰৰ পৰা সুলভ মূল্যৰ চাউল বিতৰন নকৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰা ঘোষণা সংবাদমেলত । ক'ৰোণা সংকটৰ বাবে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে সুলভ মূল্যৰ ব্যৱসায় সন্থাই। স…
লখিমপুৰ জিলাৰ বগীনদী জিয়াজুলিত সদৌ অসম আদি বাসী ছাত্ৰ সন্থাই কৰম পূজাত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত আদিবাসী ছাত্র সন্থাৰ সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী। আজি কৰম পূজাৰ দিনাই চিয়াজুলিৰ বীৰ বিৰছা মুণ্ডা ভৱনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে লখিমপুৰ জিল…
কভিড ১৯ মহামাৰীৰে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মাজুলী জিলা ব্লক কংগ্ৰেছ কমিটিয়ে আজি মাজুলী সদৰ গড়মূৰত উত্তাল প্ৰতিবাদ সাৱস্ত কৰে । মাজুলী কংগ্ৰেছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাবিত NEET, JEE , আৰু অন্যনা পৰীক্…
১ ছেপ্তেম্বৰৰ পৰা কি কি সেৱা আৰম্ভ হ’ব আৰু ক’ত ক’ত থাকিব নিষেধাজ্ঞা ------- কোৰোনাৰ আতংক কোনো গুণে কম হোৱা নাই ভাৰতবৰ্ষত। জানিব পৰা মতে ভাৰতবৰ্ষত মুঠ 33 লাখ অতিক্ৰম কৰিলে আৰু অসমত 1 লাখ 15 হাজাৰ ঘৰত। ইয়াৰ মাজতে আকৌ কেন্দ্ৰীয় চৰকাৰে unlock 4:1 ৰ কা…
'প্ৰতিভা সন্ধান' বিচাৰি মই আকৌ পুনৰ বাৰ লাইকা 'পমুৱা' গাঁৱত উপস্থিত আছো। এজনী ছোৱালী তাইৰ কণ্ঠত যাদু আছে বুলি কলেও ভুল নহব-সঁচাকৈ দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হব নোৱাৰে। তাইৰ 'প্ৰতিভা'-মিচিং গীত,অসমীয়া গীত,আৰু হিন্দী গীতো গাব জ…
১ ছেপ্টেম্বৰত শিক্ষকসকল যাব লাগিব স্কুললৈ। স্কুল খোলাৰ ক্ষেত্ৰত এতিয়াও লোৱা নাই সিদ্ধান্ত। 30 আগষ্টৰ ভিতৰত অসমৰ শিক্ষক সকলৰ swap টেষ্ট কৰাব লাগিব। কিন্ত্ত স্কুল খোলা কথাটো খাটাং হোৱা নাই, 31 আগষ্টত ৰাজ্য চৰকাৰে লব সিদ্ধান্ত। অসমত কোৰোনাৰ প্ৰভ…
ঘূণাসুঁতি হাতীয়েমৰা গাওঁত যুৱক চামে স্বচ্ছতাক লৈ চাফাই অভিযান আৰম্ভ কৰিছে। আজি 75 বছৰ পাৰ হল দেশ স্বাধীন হোৱা কিন্তু কোনো চৰকাৰী আঁচনি ঢুকি নাপাই এইখন গাঁওত। কি কংগ্ৰেছ , কি BJP, কি অগপ, কোনো এখন চৰকাৰে গাঁওৰ উন্নতি আঁচনি বা এটা শিল পেলাই পোৱা নাই।…
সোৱনশিৰি বুকুত জাহ যোৱাৰ উপক্ৰম মাজুলীৰ এখন প্ৰাথমিক বিদ্যালয় খহনীয়া ৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে এইখন গাঁৱৰ ৰাইজে গুৰুত্ব নাই বিভাগৰ, গুৰুত্ব নাই জনপ্ৰতিনিধিৰ ভয়াবহ ৰূপত বৃদ্ধি পাইছে সোৱশিৰিৰ খহনীয়া খহনীয়াত জাহ যোৱাৰ আশংকা ২২৬ নং বালিজকা…
Total Discharged Patients: 79307 Active Patients: 19219 9:15 PM/Aug 27 #AssamFightsCovid
বিশিষ্ট সংগীত শিল্পী অৰ্চনা মহন্তই চিৰ বিদায় মাগিলে। গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অৰ্চনা মহন্তই। এতিয়া গভীৰ শোক ময় পৰিবেশ বিৰাজ কৰিছে অসমৰ সংগীতপ্ৰেমি ৰাইজৰ মাজত। ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে Twi…
সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে প্ৰথমবাৰলৈ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত পোণপটীয়া অভিযোগ আৰোপ কৰিছে। সুশান্তৰ পিতৃ কে কে সিঙে ভিডিও মেচেজ জাৰি কৰি ৰিয়াৰ ওপৰত এই গুৰুতৰ অভিযোগ আনিছে। সুশান্তৰ পিতৃ কে কে সিঙৰ মতে, ৰিয়াই দীঘলীয়া সময় ধৰি ৰিয়াক বিহ…
বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে অতুল বৰা। কেশৱ মহন্ত পুনৰ নিৰ্বাচিত হৈছে কাৰ্যকৰী সভাপতি হিচাপে। অতুল বৰাৰ বিৰুদ্ধে কোনেও দাখিল কৰা নাছিল মনোনয়ন পত্ৰ। আজি অতুল বৰা পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰে । আমব…
তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে। মুখ্যমন্ত্ৰী সোণোৱালে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে। কোৰোণাত আক্ৰান্ত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। স্বাস্থ্যমন্ত্ৰী…
All India Tribal Students' Association, Assam, কিয় আজিলৈ জনজাতিসকলৰ ভূমি অধিকাৰক লৈ হেতালি খেলিছে বুলি (AITSAA) সভাপিত বাবুৰাভা হাকাচামে। ১) সােণাপুৰস্থিত ট্রাইবেল বেল্ট-ব্লকৰ তামুলীকুছিত ডাম্পিং গ্রাউণ্ড কৰিব নােৱাৰিব -আইটছা ২) অবৈধ বেদ…