Showing posts from December, 2020
ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূৰ্কংচেলেক ব্লক কমিটিৰ উদ্যোগত অত্যাৱশ্যকীয় সা - সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে ৰাঙপ তিনিআলিৰ পৰা জোনাই বজাৰ হৈ বিভিন্ন শ্লোগান…
CM ৰ নিৰ্দেশ-৩১ জানুৱাৰীৰ ভিতৰত লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন কৰিবলৈ।আজি ১১ দিন উকলি যোৱাৰ পাছত 'মুখ্যমন্ত্ৰীৰ' নিৰ্দেশ ৰ্মমে -জিলা উপায়ুক্ত আৰু বিধায়ক উপস্থিত লাইকা দধিয়াৰ ওচৰত।লগতে মুখ্যমন্ত্ৰীয়ে বিধায়কৰ হাতত দি পঠিয়াইছে। শ্বহীত, ৰেৱতী পাৱৰ প…
ধেমাজী জিলাৰ জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি কেবাং ভৱনৰ প্ৰাংগনত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত ,সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ধেমাজী সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা ১৫ দিনীয়া গুমৰাগ…
2020 31ST NIGHT CELEBRATION WILL BE HELD ON TOMORROW...SO STAY TUNED US.
Big ব্ৰেকিং নিউচ-লাইকা দধিয়াৰ পৰা আশ্ৰয় শিবিৰৰ পৰা এগৰাকী মহিলা মৃত্যু। ১০ দিন হ'ল-প্ৰতিবাদ সাব্যস্থ কৰা। কিন্তুু জিলা প্ৰশাসন পালৰ পৰা একো ব্যৱস্থা লোৱা নাই। আৰু আজি ৩ জনী মহিলা তিনিচুকীয়া অসামৰিক চিকিৎসাত প্ৰেৰণ। ১০৮ আশ্ৰয় শিবিৰত আহিব নিবিচৰাত…
#MISINGLUTAD #EDITOR -IN-CHIEF- REACTION ABOUT #LAIKADODHIYA 'S# PRESENT SITUATION
আজি ৮ দিন অতিক্ৰম হ'ল-লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ বাবে প্ৰতিবাদ কৰা। কিন্তুু জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত। আকৌ আজি গাঁৱৰ ৰাইজে তিনিচুকীয়া বন প্ৰাধিকাৰী বিষয়া কাৰ্যলয়,DFO OFFICE ঘেৰাও কৰে। নানান শ্লোগানেৰে তিনিচুকীয়া DFO.মুৰ্দাবাদ,বন মন্ত্ৰী মুৰ…
লাইকা দধিয়াৰ বিননি শুনিব কোনে- ৮ দিন উকলি গ'ল-জিলা প্ৰশাসন ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই। মিচিং আৰ্টিষ্ট অপেৰ সহযোগিতা লাইকা দধিয়া পুনৰসংস্থাপনক মিচিং আষ্টিচ এচছিয়েশ্বন পৰা আহি লাইকা দধিয়া ৰাইজক কিছু দিহা পৰামৰ্শ দি খাদ্য সামগ্ৰীও অলপ যোগাৰ কৰি…
১১ ডিগ্ৰী ছেলছিয়াচত লাইকা দধিয়া ৰাইজে জীৱন কটাই আছে।দুখৰ মাজৰ পৰা সুখ বিচাৰি অহা লাইকা দধিয়াৰ সেয়া দূৰদৰ্শা। #MISINGLUTAD # EDITORIAL LIVE লাইকা দধিয়াৰ পৰা
লাইকা দধিয়াৰ ৬ দিন হ'ল প্ৰতিবাদ সাব্যস্ত কৰা। কিন্তুু জিলা প্ৰশাসনে এতিয়াও গুৰুত্ব দিয়া নাই। আমি মিচিং জনজাতি হোৱাৰ বাবে গুৰুত্ব দিয়া নাই নেকি? এনে অনুসূচনা আৰু চিন্তা কৰিবলগীয়া হৈছে কিয়নো প্ৰাপ্য অধিকাৰ পোৱা নাই। আজি কংগ্ৰেছৰ দ'লপতি মাননীয়…
আমি এইবাৰ ভোট বৰ্জন কৰিম । যেতিয়ালৈকে আমাৰ দাবী সমূহ পূৰণ নকৰে তেতিয়া লৈকে ভোট বৰ্জন কৰিম লখিমপুৰ বিধানসভা সমষ্টিৰ ঘূণাসুঁতিত বিশাল গণ সমাবেশ । আজিৰ এই গণ সমাবেশত সোৱণশিৰীৰৰ ঘাগৰৰ নদীৰ ওপৰত পকী দলং আৰু অন্যান্য সমস্যা সমূহৰ দাবীত । এই বিশাল গণ …
খিলঞ্জীয়াৰ অস্তিত্ব আছেনে এই অসমত? 6 দিন ধৰি অব্যাহত লাইকা দধিয়াৰ প্ৰতিবাদ। কিয় বাৰে বাৰে প্ৰতাৰিত হ'য়-লাইকা দধিয়াবাসী,নিজৰ ন্যাৰ্য্যপ্ৰাপ্তিৰ বাবে মুকলি আকাশৰ তলত 'ভূমিপুএ'ৰ। নিৰ্বাচনতে লাইকা দধিয়া 'ভুমিপুএ'লৈ মনত পৰে নেকি?
আজি সমগ্ৰ বিশ্বতে খ্ৰীষ্টীয়ান ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ বৰদিন ৷ সেই উদ্দেশ্য মাজুলী তথা ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত ,আজি বিভিন্ন কাৰ্য সূচীৰে যীচুক ক্ৰুচত বন্তি প্ৰজ্বলনৰ লগতে সাহিত্য, সাংস্কৃতিক তথা আৰু অন্যান্য কাৰ্যসূচীৰ পবিত্ৰ বৰদিনৰ আয়ো…
চতুৰ্থ দিন ভৰি দিলেহি লাইকা দধিয়াৰ প্ৰতিবাদ। জিলা প্ৰশাসনৰ গুৰুত্ব নাই। খিলঞ্জীয়াৰ অস্তিত্ব আছেনে এই অসমত? হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ সাজু এই চৰকাৰখনে-কিন্তুু নিজৰ খিলঞ্জীয়াক দিবলৈ নাই মাটি। লাইকা দধিয়া গাঁওবাসীক শোষণ তথা দমন কৰিবলৈ প্ৰয়াস …
আজি আবেলি জোনাইৰ লস্কৰ উপাধিৰ এটা গেৰেজৰ পৰা চোৰাংকৈ বিক্ৰী কৰাৰ সন্দেহত জোনাই আৰক্ষীয়ে এখন ট্ৰেক্টৰ জব্দ কৰি থানালৈ লৈ যায় ৷ লক্ষ্মীমপুৰ জিলাৰ মহেন্দ্ৰ Finance ৰ কৰ্মীয়ে বহু দিনৰ পৰা এইখন ট্ৰেক্টৰ কিস্তি আদায় নিদিয়া ও যোগাযোগ কৰি নোপোৱাত আজি হতা…
মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লক্ষ্মীমপুৰ জিলা প্ৰশাসন, সদৌ চুতীয়া জাতি সন্মিলন অসম,চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্র সন্থা, চুতীয়া জাতি মহিলা সন্মিলন অসমৰ সহযোগত আৰু ঢকুৱাখনা জ…
ঢকুৱাখনা, ঘূণাসূতি আৰু লখিমপুৰ সংযোগী পথটো নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰি থকা হৈছে - মুখ্যমন্ত্ৰী মৰনৈ বেবেজীয়া আৰু বৰষামুখ সংযোগী ২০২০-২১ বৰ্ষৰ RIDF XXVI শিতানত প্ৰায় ৮ কোটি ৭৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কাৰ্য পথটো শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্…
আজি চাৰিদিন হল-লাইকা দধিয়া ৰাইজৰ প্ৰতিবাদ কাৰ্য্যসূচী।কিন্তুূু আজি পৰ্য্যন্তলৈ জিলা প্ৰশাসনৰ পৰা একো ব্যৱস্থা লোৱা নাই। পশুৰ দৰে জীৱন নিৰ্বাহ কৰি আছে।লাইকা দধিয়া ৰাইজে-উপায়ুক্ত কাৰ্য্যালয় সমীপত ৰাইজৰ আশ্ৰয় গ্ৰহণ।গুৰুত্ব নাই জিলা প্ৰশাসন-নাই খোৱা পানী…
আজি ঢকুৱাখনাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কৃষি মন্ত্ৰী - অতুল বৰাই কয় যে ঢকুৱাখনাত গণ পৰিষদে বিধান সভা নিৰ্বাচনত প্ৰাৰ্থী নিক্ষেপ কৰিব নাই মিত্ৰ দলৰ সৈতে আলোচনা কৰা …
আজি তিনিদিন হ'ল-লাইকা দধিয়া ৰাইজৰ প্ৰতিবাদ কাৰ্য্যসূচী। কিন্তুূু আজি পৰ্য্যন্তলৈ জিলা প্ৰশাসন পালৰ পৰা একো ব্যৱস্থা লোৱা নাই। এইয়ানেকি অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কৱচ। জাতি,মাটিৰ,ভেটি ৰক্ষাৰ শ্লোগান দিয়া ,মুখ্যমন্ত্ৰী আজি কিয় নিমাত লাইকা দধিয়া বাসী…
লাইকা দধিয়া ৰাইজে গাঁৱলৈ উভতি যোৱা নাই।আজি গাঁওৰ ৰাইজে 'লেজাইহোলা বৰগুৰি চৰকাৰী ভূমিত 'ধৰ্মঘট অৱস্থান'কৰি থকা সময়তে জিলা প্ৰশাসনে বাধা দিয়ে।এই ভূমিত থাকিব নিদিও,লাইকালৈ উভতি যাব লাগিব বুলি জিলা প্ৰশাসনে লাগি আছে।গাঁৱৰ ৰাইজে মৰিলেও গাঁৱল…
লাইকা দধিয়া ৰাইজে পুঃনৰ সংস্থাপনৰ বাবে উপায়ুক্ত কাৰ্য্যালয়ত প্ৰতিবাদ কৰি পুহ মহীয়া ঠাণ্ডা ৰাতি কেনেদৰে কটালে। আমি আপোনালোকক দেখুৱাৱ বিচাৰিম-লাইকা দধিয়া মানুহবোৰ,ৰাতি গৰু,ছাগলী,পৰুৱাৰ,দৰে নিশা থাকিব লগা হ'ল। কিন্তুু জিলা প্ৰশাসনে মানুহবোৰক একো ব্…
TMPK.MMK,TMMK.তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত,'গণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। জানিব পৰামতে-বহু বছৰে পৰা লাইকা দধিয়া পুঃনৰ সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে ভূৱা প্ৰতিশ্ৰুতি দি আহিছে।আৰু প্ৰতিশ্ৰুতি দিয়াৰ সময়সীমা পাৰ হৈ যোৱাত ৮ খন গাঁৱৰ ৰাইজে 'গুইজা…
বাংলাদেশী কাৰণে সুবিধা আছে কিন্তু ভূমিহীন মিচিং মানুহৰ কাৰণে একো সুবিধা নাই লাইকেবাসীৰ। লাইকা দধিয়া বাসীৰ কাৰণে আজি 20 বছৰে একো পুনৰসংস্থাপন ব্যৱস্থা কৰা নাই আৰু ভূমিহীন ভূমিপুত্ৰক ভূমি দিব পৰা নাই বুলি গাঁওৰ ৰাইজে অভিযোগ কৰিহে আহিছে কিন্তু কোনো ফল প…
ধেমাজী জিলাৰ জোনাই মহকুমাৰ উন্নয়নে ঢুকি নোপোৱা ৰামধন দিখাৰী গাৱঁ পঞ্চায়তৰ বিশখনৰো অধিক গাওঁ ৷ জোনাই মহকুমা সদৰ পৰা ২৪ (24) কিলোমিটাৰ দূৰত্বত অৱস্হিত ৰামধন দিখাৰী গাৱঁ পঞ্চায়ত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ প্ৰায় ৩০ হেজাৰ জনসংখ…
বৈষ্ণৱপীঠ মাজুলীক খ্ৰীষ্ট্ৰানৰ ৰম্যভূমি আখ্যা দিলে সত্ৰাধিকাৰে দহ হাজাৰ পাঁচশ টকা ৪৪৭আৰু ২৯৫ দুই ধাৰাত জৰিমনা সত্ৰাধিকাৰক ধৰ্ম কেন্দ্ৰীক বিবাদেৰে ভাৰাক্ৰান্ত এতিয়া সত্ৰ পীঠ মাজুলী ৷ ধৰ্ম ৰক্ষা কৰিবলৈ গৈ আইনৰ ৰোষত স্বয়ং ধৰ্ম গুৰু ৷ উল্লেখ যে ২০১৮ বৰ্ষত…
আঘোন অহাৰ লগে লগে সোনোৱালী হয় কৃষিপ্ৰধান নদীদ্বীপ মাজুলীৰ পথাৰ, আৰু হালধীয়া হয় চৰ চাপৰিৰ বাৰিষা বানে ধোৱা মৰুময় চন পৰি ৰোৱা কৃষিভুমি ৷ সৰিয়হৰ হালধীয়া ৰংত সোনোৱালী হয় মাজুলীৰ জেংৰাই চাপৰি, বনৰীয়া চাপৰি, লাচন চাপৰি, ধনাই, কুমলীয়া, দক্ষিণপাট, …
A :ng í:rném mago:la Top 10 Finalist Highlight (result)
'সমাজ কৰ্মী,আৰু পৰিৱেশ কৰ্মী,বৰ্তমানৰ 'অসম জনতা' দলৰ সভাপতি,মাননীয় শ্ৰীয়ুত নিৰন্ত গোঁহাই ছাৰৰ মনৰ কথা।তেখেতে ২০২১চনত 'চাবুৱা' সমষ্টিত 'অসম জনতা' দলৰ হৈ 'বিধায়ক' হিচাপে প্ৰতিদ্বদ্ধিতা কৰিব। -আমাৰ কেমেৰাৰ আগত কি ক…
জনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত TMPKৰ সোণালীজয়ন্তী উদযাপনৰ প্ৰথম কাৰ্যসূচীৰ আজি লাইখুঁটা স্হাপন কৰে ৷ ৭ জানুৱাৰী তাৰিখে বৰ্ষযোৰা সোণালীজয়ন্তী উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব ৷ এই উপলক্ষে আজি জ'নাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত …
Sixth schedule/ মিৰি/মিচিংক লৈ এনেই ছচি' য়েল মেডিয়াত তৰ্ক কৰি Energy waste কৰি লাভ নাই। আতি গুৰি বুজি নোপোৱাকৈ জঁপিয়াই কিবা হবনে?
লখিমপুৰ জিলাৰ ভীমপৰা মাঠাউৰিত মুৰংঘৰ সন্মোচন । আজি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ১৮ নং ভীমপৰা বগীনদী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভীমপৰা মঠাউৰিত এটা নৱনিৰ্মিত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত মোৰোংঘৰ উন্মোচন কৰা হয় । কালচাৰেল এফেয়াৰ বিভাগৰ অধীনস্থ মিচিং স্বায়ত…
সদৌ অসম ট্ৰাইবেল সংঘৰ জ'নাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিবেশন সম্পন্ন ৷ আজি সদৌ অসম ট্ৰাইবেল সংঘ জ'নাই জিলা সমিতিৰ তৃতীয় ত্ৰিবাৰ্ষিক সাধাৰণ অধিবেশন ধেমাজী জিলাৰ জ'নাইৰ লেকু জেলমৰ Skill Development Center ত এদিনীয়া বৰ্ণাঢ্য ক…
কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় চৰকাৰী বন্ধ ৩৪ দিন আৰু ৰেষ্ট্ৰিকটেড হ’লি দ্যে ৩১ দিন ধাৰ্য বান গৰাখহনীয়াত খেতি-মাটি-বাসগৃহ ক্ষতিগ্ৰস্ত হ’লে পাব ৫ লাখ টকা পৰ্যন্ত সাহায্য । ঘৰ ক্ষতিগ্ৰস্ত হ’লে ১.৫ লাখ, খেতি মাটিৰ ক্ষতিসাধন…
ৰাজ্যজুৰি আৰম্ভ শান্তি সদ্ভাৱনা যাত্ৰা। প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি চলিছে এই যাত্ৰা প্ৰতিখন জিলাতেই শান্তি যাত্ৰাৰ জৰিয়তে বিসৰ্জন দিয়া হৈছে তৰুণ গগৈৰ অস্থি। আজি মাজুলী আহি পালেহি সদ্য প্ৰয়াত তৰুণ গগৈৰ অস্থি। মাজুলী ৰাজীৱ ভৱনত ৰখা হৈছিল অস্থি…
বিটিচিত হ’ব UPPL-BJP-GSPৰ চৰকাৰ! ১৫ ডিচেম্বৰত বিটিচিত নতুন চৰকাৰৰ শপতগ্ৰহণ ৷ মহানগৰীৰ বিলাসী হোটেলত সম্পন্ন UPPL-BJP-GSP ৰ বৈঠক। বৈঠকতে চূড়ান্ত UPPL BJP-GSP মিত্ৰতা৷ মিত্ৰজোঁটত হ’ব বিটিচিৰ চৰকাৰ ৷ ১৫ ডিচেম্বৰত BTCৰ নতুন চৰকাৰৰ শপতগ্ৰহণ৷ কোকোৰাঝাৰত…
লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম তেলাহীৰ বামুনগঞাত বিজেপিৰ এখন বিশাল কৰ্মীসভা অনুষ্ঠিত হয় । দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বামুনগঞা ৰংগমঞ্চত অনুষ্ঠিত হোৱা পশ্চিম তেলাহী বিজেপিৰ কৰ্মী সভাখনত সভাপতিত্ব কৰে অনিল হাজৰিকাই । কেইবাশত…
সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই মহকুমা আৰু আঞ্চলিক সমিতিৰ উদ্যোগত তথা জোনাইবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি সন্ধিয়া কা ২০১৯ আইন বাতিলৰ দাবীত এক প্ৰতিবাদী জোৰ সমদল উলিয়াই ৷ প্ৰথমে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত থকা শ্বহীদ বেদীত শ্বহী…
TMPK ৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত আজি অন্তিমখন আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গঢ়াৰ বাবে শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয়। আজি পুৱাৰ ভাগত TMPK ৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ৰিদিপ জেক পশ্চিম মাজখোৱা পঞ্চায়তৰ অৰ্ন্তগত ৫৪৪ নং গড়পৰা প্ৰাথমিক…
হাগ্ৰামাৰ BPFৰ বাবে বেয়া খবৰ! পোষ্টেল বেলটৰ গণনাত আগবাঢ়িছে UPPL কোনে গঠন কৰিব BTCৰ চৰকাৰ? চৰ্তুথবাৰৰ বাবে গঠন কৰিব পাৰিবনে হাগ্ৰামা মহিলাৰীয়ে BTCত চৰকাৰ? নে প্ৰমোদ বড়োৰ UPPL দলে দখল কৰিব BTCৰ শাসনৰ বাঘজৰী চলি আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। পিছে পোষ্…
ভৰতচুকত থানুৰাম টাইদৰ বাসগৃহত ভয়ংকৰ অগ্নি কাণ্ড। অগ্নি কাণ্ডৰ ফলত প্ৰায় কেইবা লক্ষধিক টকাৰ ক্ষয় ক্ষতি। বঁদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে দিনৰ প্ৰায় ১১:৩০ বজাত জুই ৰ সূত্ৰ পাত হয়। প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে ঘৰৰ সা-সম্পত্তি আৰু জাপানী কবুতৰ জুইত সম্পূৰ্ণৰূপ…
MISING LUTAD REALITY SHOW A:ng í:rném mago:la PROMOTIONAL VIDEO SONG
মিচিং লুতাদৰ লুজাৰ অনুষ্ঠানত আজি আমি আমাৰ সমাজতো যে ঘৃণনীয় আৰু অতি নিন্দনীয় ঘটনা ঘটিব লৈছে সেই সম্পৰ্কে সতৰ্কতাৰ এটি চমু আলোচনা আগবঢ়ালোঁ। যিয়েটো মিচিং সমাজত ধর্ষণ ঘটনা বহুত কমে দেখা গৈছিল বা না ৰ বৰাবৰ আছিল। কিন্তু গহপুৰৰ জানমণি কুটুমৰ ঘটনাই ৰাজ…
অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অনুমোদিত মাজুলী জিলা সাংস্কৃতিক বিকাশ মঞ্চ অসমৰ উদ্যোগত আজি দ্বীপ জিলা মাজুলীৰ নামনি চেৰেপাই হৰি মন্দিৰত অংকীয়া নাট কৰ্মশালা শুভ উদ্ধোধন কৰা হয়। এই অংকীয়া নাট কৰ্মশালা খনি শুভ উদ্ধোধন কৰে দক্ষিণপাট গৃহস্বামী সত্ৰৰ স…
নিৰক্ষৰ , অন্ধবিশ্বাস , কুসংস্কাৰ আদিয়ে গ্ৰাহকৰা মিচিং সমাজক সংস্কাৰ কৰি পোহৰৰ বাট দেখুৱাবলৈ স্বাধীনতাৰ আগৰ পৰাই বিভিন্ন নামেৰে সংগঠন গঢ়ি মিচিং ছাত্ৰ সকলে জাতিটোৰ উন্নতিৰ বাবে কাম কৰি আহিছে ৷ ১৯৩৩ চনত " অসম মিৰি ছাত্ৰ সন্মিলন " গঠন কৰা হৈ…
মিচিং লুতাদৰ Ground Zero Report-ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত।এজোপা ধুনীয়া গছ দেখুৱাব বিচাৰিম।গছজোপাৰ নাম-কেক্জৰি গছ। ইয়াত বহু দূৰৰ পৰা পৰ্য্যটক আহে,আৰু দুৰ দুৰণিৰ পৰা গছ জোপাক চাবলৈ মানুহ আহে। কেনেকৈ আহিলে আপোনালোকে জেগাত পাব-তিনিচুকীয়াৰ পৰ…
ঢকুৱাখনা খেৰকতা বকুলগুৰি গাঁওত জুই জ্বলি ভষ্মীভূত কলে একেলগে তিনিখন ঘৰ। সুনীল দলে, ক'ক দলে আৰু মদিন দলেৰ ঘৰ আছিল। Current ৰ Short circuit হোৱাৰ ফলত জুই লাগিল বুলি স্থানীয় ৰাইজে অৱগত কৰে।
মিচিং লুতাদৰ বিশেষ অনুষ্ঠান আচিন আগম ত এইবাৰৰ অতিথি ইন্দ্ৰজিৎ কুমাৰ সাগৰ। সংগীত জীৱনৰ কিছু কথা আৰু চুৰা লিয়া দিল মেৰা গানৰ বহু মনৰ কথা। চুৰা লিয়া দিল মেৰা খ্যাত ইন্দ্ৰজিৎ কুমাৰ সাগৰ মিচিং লুতাদৰ বিশেষ অনুষ্ঠান আচিন আগমত।
লখিমপুৰ জিলাৰ পদুমনি আইথানৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আজি বিয়লি ৪ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ ওপৰিও আন এজন যুৱক গুৰুতৰ ভাৱে আহত হৈছে । নিহত যুৱকজন চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কৰকনি তিনিঘৰীয়া গাঁৱৰ প্ৰয়াত গৌতম পে…
আজি দিনৰ ১১ বজাত আকস্মিক দুৰ্ঘটনাত এজন টেক্টৰ চালক মৃত্যু মুখত পৰাত অঞ্চলটোত শোকাবহ পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে AS07C 4818 নামৰ টেক্টৰ খন জালভাৰী ভকতবাৰীৰ গাঁৱৰ নাৰায়ণ কোঁৱৰ নামৰ যুৱকজনে মাটি পেলাই থকা সময়তে তলৰ মাটি কোমল হৈ থকাৰ ফলত ইঞ্জিন টোৱে…
ৰাসৰ মাজতে মাজুলীত কৃষকৰ তীব্ৰ প্ৰতিবাদ বালিচাপৰি পথাৰলৈ হাজাৰ হাজাৰ লোক ওলাই আহিল প্ৰতিবাদ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ জেংৰাইমুখ বালিচাপৰিত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ গুংগৗং চাপৰিত অসম চৰকাৰৰ শক্তি বিতৰণ কোম্পানীয়ে (APDCL ) স্থাপন…
ৰাস পূণিমাত কৃষ্ণ বন্দনাৰে মুখৰিত কৰি গকুল , মথুৰা, বৃন্দাবন লৈ পৰ্যবসিত সত্ৰ পীঠ মাজুলী আধ্যাত্মিক, পৰম্পৰা ,ঐতিহ্য বহনকৰি সত্ৰ পীঠ মাজুলীত কালিৰে পৰা আৰম্ভ হোৱা ৰাসে মাজুলীত কৃষ্ণ ভক্তিৰে মুখৰিত কৰি তুলিছে । মাজুলীৰ ৩৪ খন ৰাস মঞ্চত কালি একেল…