Showing posts from March, 2021
ধেমাজি - জোনাইৰ নাহৰ জেলম গাৱঁৰ এখন ওলমা দলঙৰ কাহিনী ৷ কোনে শুনিব এই গাওঁখনৰ দুখৰ বিননি ৷ জোনাই সদৰৰ পৰা মাত্ৰ পাচ কিলোমিটাৰমান আতৰৰ বৰ্ষাৰণ্য পবাৰ কাষৰ এইখন নাহৰ জেলম গাও ৷ বহি ৰাজ্যৰ যোগাযোগৰ একমাত্ৰ ব্যৱস্থা এখন জৰাজীৰ্ণ ওলমা দলং ৷ এই দলঙেৰে …
মাজুলী ৰ জেংৰাইমুখত উত্তপ্ত পৰিস্থিতি এখন গাড়ীত উদ্ধাৰ দুটাকৈ EVM কোনোধৰণৰ পুলিচৰ চিকৰিটি নোহোৱাকৈ লৈ অহা হৈছিল EVM দুটা চেক্টৰ অফিচৰে জনে আৰক্ষী বিহীন ভাবে লৈ ফুৰাৰ বাবে উত্তপ্ত পৰিস্থিতি ঘটনা স্থলীত আৰক্ষী মোতায়ন পৰিস্থিতি বুজ লবলৈ যোৱা নিৰপেক্…
আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যত আজি ১২ খন জিলাৰ ৪৭ টা সমষ্টিত ভোট গ্ৰহণ আৰম্ভ হৈছে । মাজুলী সমষ্টিয মুঠ ১৯৫ টা ভোট গ্ৰহণ কেন্দ্ৰত আজি 1,30468 জন ভোটৰে ভোটদান সাবস্ত কৰিব । ৯৯ নং মাজুলী জনজাতি বিধানসভাৰ সমষ্টিৰ সকলোবো…
ঢকুৱাখনাৰ ছেলাজান কছাৰী গাঁৱত অৱস্থিত গৰখীয়া দৌলত এদিনীয়াকৈ আয়োজন দৌলৎসৱ। সেয়েহে এতিয়া প্ৰস্তুতি তুংগত কৰি তোলোৱাৰ লগতে চাফাই অভিযানৰ লগতে দিহানাম গোৱাত সকলো ব্যস্ত। পৰম্পৰাগতভাৱে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো আয়োজক সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসি…
অহাকালি অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি চলাইছে জোনাই মহকুমা প্ৰশাসনে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোটাৰ থকা সমষ্টি জোনাই ৷ এইবাৰ জোনাই সমষ্টিত পুৰুষ ভোটৰ 156709 জন আৰু মহিলা 151474 জন মুঠ 308183 জন ভ…
যোৱানিশা হঠাৎ অহা এক প্ৰবল ধুমুহাত জোনাইৰ ৰামধন দিখাৰী , তেলাম , লাইমেকুৰী আদি গাও পঞ্চায়তৰ কেবাটাও গৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ নিদ্ৰাৰত অৱস্থাত ধুমুহাৰ ফলত কেবাটাও গৃহত গছ বাগৰি পৰাত কেবাজনো লোক গুৰুতৰ বাবে আহত হয় যদিও কোনোমতে প্ৰাণৰক্ষা পৰে ৷ …
নব কুমাৰ দলেৰ হৈ প্ৰচাৰ অভিযানত মুখ্য মন্ত্ৰী । ১১২ নং ঢকুৱাখনা বিধাসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে । লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভা…
জোনাইৰ চিমেন চাপৰি চনজাৰী নগৰত BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ ৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰি চানজাৰী নগৰত আজি কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী ডা° হেমহৰী প্ৰশন্ন পেগুৰ হৈ BPF ৰ হাগ্ৰামা মহিলাৰী আৰু কেবাজনো জ্যেষ্ঠ কংগ্ৰেছৰ নেতা…
ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া শাসক বিৰোধীৰ মাজত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলিছে। দেখা গৈছে দল সমূহৰ নিৰ্বাচনী ব্যাপক প্ৰচাৰ অভিযান। ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ দাংধৰা পঞ্চায়তৰ অন্তৰ্গত কুম্বাং গেজেৰা,খেৰকটা মিলি, খজু…
জোনাইত নিৰ্বাচনী হিংসা আৰম্ভ ৷ কংগ্ৰেছ দলৰ কৰ্মী হিতেশ পেগু আৰু বিজু পেগুৱে ৰাজীৱ পেগুৰ চিগা উদয়পুৰ গাৱৰ ঘৰলৈ AR09B 9552 ৱাগানাৰ গাড়ীখনেৰে বিশেষ কামৰ বাবে গৈ থাকোতে বাটত বিৰুদ্ধী দলৰ তুলাৰাম ময়ং আৰু সঞ্জীৱ পাতিৰৰ লগতে প্ৰায় ৫০/৬০ জনীয়া দুৰ্বৃত…
সত্ৰ নগৰী মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলালে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে । লোকে লোকাৰণ্য ফুলনি পথাৰ ৷ সমাগত বিধান সভা নিৰ্বাচন । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো চাৰিটা দিন বাকী। অসমত প্ৰতিটো দলৰে হেভীৱেইত কেপ্নেনাৰ সকলে নিৰ্বাচনী প্ৰচাৰ চলাই থকা …
মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 22 মাৰ্চত মাজুলী ফুলনি বিশাল জন সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে এতিয়া মাজুলী ফুলনিত বিজেপি কৰ্মীৰ পূৰ্ণ ব্যস্ত। অমিত শ্বাহে অংশ গ্ৰহণ কৰিব লগা নি…
জোনাইৰ বিভিন্ন মিচিং গাৱঁ সমূহত পঃৰাগ উৎসৱ উদযাপন ; আনফালে আগন্তুক নিৰ্বাচনৰ গৰম বতাহ ৷ এতিয়া ৰাজনৈতিক নেতাসকল উৎসৱে উৎসৱে - সাধাৰণ ৰাইজৰ গাৱেঁ গাৱেঁ ; ঘৰে ঘৰে ৷ আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ডা° হেমহৰী প্ৰসন্ন পেগুৱে জোনাই সমষ্টিৰ কেমি - জেলম…
যদি এইবাৰ পুনৰ বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে তেন্তে লাইকা দধীয়া পুনৰ সংস্থাপন পাবগেনে? লাইকাৰ 104টা পৰিয়াল বৰ্তমান জাগুন কেম্পত।
আজি মাজুলী ৯৯ নং বিধান সভাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পদ্মেশ্বৰ দলে বিজেপত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে। মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে নতুন কৈ অসমত জন্ম লাভ কৰা অসম জাতীয় দলত যোগদান কৰিছিল॥ কিন্তু …
পঃৰাগ (Po:rag) মিচিং জনগোষ্ঠীৰ পৰম্পৰা আৰু উৎসৱৰ সমাহাৰেৰে উদযাপন কৰা এক ৰাজহুৱা অনুষ্ঠান ৷ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাংৰ পিছতেই পঃৰাগ উৎসৱৰ নাম উল্লেখ কৰিব পাৰি। লৃগাঙৰ দৰে পঃৰাগো কৃষি উৎসৱ। গাৱঁৰ ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হ…
ঢকুৱাখনাত কংগ্ৰেছৰ মনোনয়ন পত্ৰ দাখিল কৰা দিনাই ঢকুৱাখনাত ৩ শতাধিক কংগ্ৰেছ আৰু গণশক্তি নেতা কৰ্মীৰ বিজেপিত যোগদান। প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোতে কংগ্ৰেছক মোক্ষম আঘাত কৰি বিজেপিত যোগদান কৰে ৩ শতাধিক কংগ্ৰেছ আৰু গণশক্তি কৰ্মীয়ে। ভাৰতী…
ঢকুৱাখনা মহকুমাধিপতি কাৰ্যলয়ত মনোনয়ন দাখিল বিজেপি পৰা নৱ কুমাৰ দলে ঢকুৱাখানা বিজেপি কাৰ্যলয়ৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ ঢকুৱাখনা চাৰি আলি হৈ খোজ কাঢ়ি ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। পূৰ্বৰ বিধায়ক নৱ দলে এইবাৰ তৃতীয় বাৰলৈ মনোনয়ন দ…
১৩ হাজাৰ সমৰ্থকক লগত লৈ ঢকুৱাখনাৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল পদ্মলোচন দলেৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ঘোষণা কৰা লগে লগে দেখা গৈছে ৰাজ্যৰ বিভিন্ন সমষ্টিত মনোনয়ন পত্ৰ দাখিল। #আজি ঢকুৱাখনাৰ ৰাজীৱ ভৱন কাৰ্যালয়ৰ পৰা প্ৰায় ১৩ হাজাৰ সমৰ্থক লগত লৈ…
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোকাখাটৰ পৰা হেলিকপ্টাৰ যোগে আহি ঢকুৱাখনাৰ বাসুদেৱথানত সন্ধিয়া ৬ বজাত উপস্থিত হৈ শৰাই,নৈবেদ্য আগবঢ়াই সষ্টাংগে প্ৰণিপ্ৰাত জনাই মহা প্ৰভূ বাসুদেৱৰ চৰণত।আগন্তুক নিৰ্বাচনত বিজেপি দলৰ বিজয় কামনা কৰে। ইফালে সাংবাদিক…
১১৪ নং জোনাই বিধান সভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ডা° হেম হৰি প্ৰসন্ন পেগুৰ বিপুল সমৰ্থকসহ মনোনয়ন পত্ৰ দাখিল। আজি মনোনয়ন দাখিলৰ অন্তিম দিনলৈ মুঠ সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল ৷ জোনাই মহকুমাধিপতি ও জিলা ৰিটাৰনিং অফিচাৰৰ ওচৰত জোনাই…
টি এম পি কেৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মলোচন দলেৰ আজি কংগ্ৰেছত যোগদান তথা ঢকুৱাখনাত কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব নিশ্চিত হৈছে পদ্মলোচন দলেৰ তাৰ পিছতেই বগীনদী ব্লক যুৱ কংগ্ৰেছৰ তীব্ৰ ক্ষোভ সমষ্টিতোৰ পৰা যুৱ নেতা কালিদাস কামানৰ প্ৰাৰ্থীত্ব আশা কৰি আছিল যু…
মিচিং জাতীয় সংগঠনৰ ঔৰসত জন্ম লাভ কৰা তথা নিজে প্ৰতিষ্ঠা কৰা সন্মিলিত গণশক্তি অসম নামৰ অসমৰ উপ - আঞ্চলিক ৰাজনৈতিক দলটোৰ পৰা ৰাজহুৱাকৈ পদত্যাগ নকৰি বিজেপি দলত যোগদান কৰা ভূৱন পেগুৰ বিৰুদ্ধে নিজ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷ যোৱা ক…