Showing posts from December, 2021
মাজুলীৰ বৰগুৰিত ভয়াবহ অগ্নিকাণ্ড: এটা বাসগৃহ ভস্মীভূত: পুৰি চাই হল দহ লক্ষাধিক টকা সা-সামগ্ৰী । চৰ্টচাৰ্কিত ৰ বাবেই এই ঘটনাৰ সন্দেহ । ধৰ্মেন্দ্ৰ পামেগাম নামৰ লোক জনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড মাজুলীৰ ৰঙাচাহি পঞ্চায়তৰ অন্তৰ্গত বৰগুৰি চাৰি আলিৰ সমী…
গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত ফুটবল প্ৰশিক্ষণ গোগামুখ অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম সকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰা আৰু উপযুক্ত ফুটবলৰ মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত গোগামুখ মৰ্নিং এফচিৰ উদ্যোগত দহ বছৰ বয়সৰ পৰা উন্নৈশ …
ডিব্ৰগড়ত আছু কৰ্মীক নিগ্ৰহৰ ঘটনাত লখিমপুৰ তো আছুৰ প্ৰতিবাদ। লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি জিলা ছাত্র সন্হাৰ কেইবা শ সদস্য ই বিক্ষোভ প্রদর্শন কৰে। দাহ কৰে ডিব্ৰুগড় ৰ আৰক্ষী অধীক্ষক আৰু মন্ত্রী অতুল বৰাৰ পৌত্তলিক। আছুৰ গণতান্ত্রিক আন্দো…
অভয়াপুৰীত ড্ৰাগছ জব্দ। অভয়াপুৰী থানাৰ সন্মুখত চলি থকা নিয়মীয়া তালাচীত আৰক্ষীয়ে AS 19C 6967 নম্বৰ টেম্পত আহি থকা অৱস্থাত ড্ৰাগছ ভৰ্ত্তি ৫ টা কন্টেইনাৰ , ৪ টা চিৰিঞ্জ আৰু এটা মোবাইল ফোন সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আটকাধীন যুৱকজন ডুমুৰীয়াৰ ইনামূল হক…
ব্ৰহ্মপুত্ৰ চাপৰিৰ প্ৰাকৃতিক মনোমহা পৰিৱেশৰ মাজত এখন ৰিজৰ্ট নাম লেট - কেট। ৰিজৰ্ট খুলি স্বাবলম্বীতাৰ নিদৰ্শন মাজুলীৰ এজন শিক্ষিত যুৱকৰ । কৰ্ম সংস্থাপন বিছাৰি বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে সত্ৰ নগৰী মাজ…
অহা ৩,৪,৫ জানুৱাৰী ২০২২ ত গহপুৰৰ মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত মিচিং ছাত্ৰ সন্থা (TMPK) ৰ দশম ত্ৰি বাৰ্ষিক শোণিতপুৰ জিলা অধিবেশন অনুষ্ঠিত হব। অবিভক্ত শোণিতপুৰ জিলা TMPK ৰ দশম ত্ৰি বাৰ্ষিক অধিৱেশন থলি পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষি…
মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ ঢকুৱাখনাত ।বিধায়ক নৱ কমাৰ দলেয়ে কৰে শুভাৰম্ভ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ মজিয়াত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০ জনকৈ নিৱনুৱা যুৱকক প…
লখিমপুৰত এন পি এছ কৰ্মচাৰী সকলৰ অৱস্থান ধৰ্ম ঘট। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই কাৰ্য্য সূচী। কৰ্মচাৰী সকলৰ এন পি এছ পৰিৱৰ্তে পুৰণি পেন্সন ব্যবস্থা বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদী কাৰ্য্য সূচী। ইয়াৰোপৰি ডি চি আৰ জি ব্যবস্থা সচল …
মাজুলী কমলাবাৰী আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত চাফাই অভিযান। মাজুলী কমলাবাৰী চাৰিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কমলাবাৰী আঞ্চলিক সমিতি উদ্যোগত চাফাই অভিযান চলাই। সুন্দৰ কমলাবাৰী গঢ় দিয়া সংকল্পৰে এই অভিযান চলাই।
তৃতীয় বাৰ্ষিক ঢকুৱাখনা গ্ৰন্থমেলা সফল সামৰণি । সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰানোজ পেগু ডাঙৰীয়া । নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে এক বৌদ্ধিক বাতাবৰণ সৃষ্টি লক্ষ্যৰে যোৱা ২০ডিচেম্বৰ পৰা অনুষ্ঠিত কৰা …
প্ৰায় ১০০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া প্ৰকল্পটোৱে ২লাখ লোকক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব গব্বৰ আৰু তেওৰ বাহিনীৰ চিণ্ডিকেট ৰাজে নিবনুৱা যুৱক-যুৱতীৰ সপোন ধুলিসাৎ হোৱাৰ শংকা ৰাইজৰ ভাৰত চৰকাৰৰ ভাৰতমালা আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া উক্ত প্ৰকল্পই…
হাৰ্হি মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা আৰু পুথিভঁৰাল শুভ উদ্বোধন শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। আজি ঢকুৱাখনাৰ এখন অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত আবেলি উপস্থিত হয়হি অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু। মহাবিদ্যালয়ত উপস্থিত হোৱা লগ…
আজি ভাৰতৰত্ন, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপয়ীৰ জন্মদিন। এই জন্মদিৱসৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা আৰু মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা আৰু মণ্ডলৰ সহযোগত ঢকুৱাখনাৰ গান্ধী ময়দানস্থিত পেক…
ধেমাজি মাছখোৱাত তিনি ৰাজনৈতিক দ'লৰ সংবাদ মেল সম্বোধন। ধেমাজি জিলাৰ অতি ভিতৰুৱা মাছখোৱা অঞ্চলৰ ৰাইজৰ বাবে শাসনাধিষ্ট চৰকাৰে আনিলে আশাৰ বতৰা,যাক লৈ বৃহত্তৰ মাছখোৱা অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ ঢল বৈছে। ধেমাজি জিলাৰ পশ্চিম মাছখোৱাৰ অঞ্চলটো প্ৰশাসনিক ভ…
মা, ভাল দিন আহিব!!! কবি- দুষ্যন্ত নৰহ মা... ন-মাহ ন- দিন তোমাৰ গৰ্ভত ধাৰণ কৰি থাকোঁতেই, বৰ হেঁপাহেৰে শুনিছিলো তোমাৰ মুখৰ শুৱলা ভাষা৷ তোমাৰ কথা শুনি উজ…
চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা শিক্ষাৰ মাধ্যম হিচাপে মিচিং ভাষা শেহতীয়াকৈ বৰাকত উদ্ভৱ হোৱা অসমীয়া আৰু বাঙালীৰ সংঘাতে সকলোকে উদ্বিগ্ন কৰি তুলিছে৷অসমতেই অসমীয়া ভাষাক এলাগী কৰিব বিচৰা কাৰ্যক সাধাৰণতে কোনেও ইমান সহজভাৱে ল'ব নোৱাৰে৷ অসমীয়া ভাষাৰে লি…
ঢকুৱাখনাৰ পাঁচখন পঞ্চায়ত ধেমাজি জিলাত অন্তৰ্ভূক্তিত সন্তুষ্টি প্ৰকাশ পশ্চিম মাছখোৱা ৰাইজৰ। ১৯৮৯ চনৰ পৰা প্ৰশাসনিক ভাবে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিক ভাবে ধেমাজি সমষ্টিৰ হাৰ্হি জিলা পৰিষদৰ হাৰ্হি, ধেনুখনা-বাট'মাৰী, গন্ধীয়া আৰু শিঙিয়া পঞ্চা…
অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ধেমাজিত তীব্ৰ উত্তেজনা, যাঠি-জোং দা-কুঠাৰ লৈ শতাধিক ৰাইজ আৰক্ষী-বন বিভাগে ভাঙিলে দলং অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধেমাজি জিলাত সীমা বিবাদক কেন্দ্ৰ কৰি উত্তেজনাপূৰ্ণ পৰিৱেশ অব্যাহত আছে ৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ …
লখিমপুৰত আমছুৰ পুত্তলিকা দাহ অসমীয়া যুৱ মঞ্চৰ। অসম তথা অসম বিৰোধী মন্তব্য কৰাৰ বাবে আমছুক সতৰ্ক কৰি পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই। আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও ক্ষোভ উজাৰে প্ৰতিবাদ কাৰী সকলে। অসম আৰু অসমীয়া ৰ স্বাৰ্থ বিঘ্নিত হব পৰা কথা কলে …
সোৱণশিৰি চাপৰিত ভালুক উদ্ধাৰ সোৱণশিৰি নদীত মাছমৰীয়াই মাছ মাৰি থকাৰ সময়তে সোৱণশিৰি নদীয়েদি আহি থকা অৱস্থাত কলা বৰণীয়া বিৰল প্ৰজাতিৰ ভালকুটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে। এই ভালুক বিজ্ঞান মতে B rsidae Bear বুলি অনুমান কৰে বন বিভাগে। সোৱণশিৰি ব…
মাজুলীত ভয়াবহ অগ্নিকাণ্ড। জুইত জাহ গ’ল বিজু নৰহৰ ঘৰ। মাজুলী জিলাৰ অন্তগত ৰঙাচাহি মিচিং গাৱৰ বিজু নৰহ ঘৰত সোমবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷এই অগ্নি কাৰ পৰা কেনেকৈ লাগিল এতিয়া লৈ জানিব পৰা নাই৷ অগ্নিকাণ্ড ফলত নৰহৰ ঘৰৰ বহুতো সা-সামগ্ৰী লাগতীয়াল …
গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰেড ওৱান বেল্ট পৰীক্ষা সম্পন্ন সদৌ অসম টাইকোৱানডো সন্থা আৰু উত্তৰ মণ্ডল অসম টাইকোৱানডো সন্থাৰ তত্বাৱধানত আৰু ধেমাজি জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত ১৮ আৰু ১৯ ডিচেম্বৰ,২০২১ দুদিনীয়া কাৰ্যসূচীৰে ৰেড ওৱান ব…
পুনৰ আলফা স্বাধীনত যোগদান লখিমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত থেকেৰাগুৰিৰ দুই যুৱক পুনৰ উজনি অসমত শক্তিশালী হৈ উঠিছে আলফা স্বাধীনৰ সাংগঠনিক ভেটি যোৱা ১৩ডিচেম্বৰ,২০২১,সোমবাৰে ৰাতিপুৱাই লখিমপুৰ জিলাৰ চাউলধোৱা থানাৰ অন্তৰ্গত থেকেৰাগুৰিৰ জীতেন শইকীয়…