Showing posts from March, 2022
চিৰাঙত দুটাকৈ ঠাইত চাঞ্চল্যৰ ডকাইতি পিষ্টল দেখুৱাই লুটি নিলে ছয় লাখ টকা, গহণা৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৰ কয়লা ময়লা উপ আৰক্ষী চকীৰ অধীনৰ মালিভিটা ভি চি ডি চিৰ অন্তৰ্গত দুটাকৈ স্থানত কালি নিশা ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ ফলত জিলাখনৰ…
জোনাইৰ TMPK গালী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত ১৯ তম ধন্বন্তৰী সেৱা যাত্ৰা-২০২২ ৰ লগত সংগতি ৰাখি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত TMPK গালী আঞ্চলিক সমিতিৰ কাৰ্যালয়ত সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাই…
বিগত বছৰবোৰৰ দৰে এইবাৰো ,বঙাইগাঁও শোধনাগাৰ উপনগৰী সমন্বয় সংস্থাই বাৰেৰহণীয়া কাৰ্যসূচীৰে "জয়মতী দিৱস "উদ্ যাপন কৰে । তদুপলক্ষে শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ২৭ মাৰ্চৰ সন্ধিয়া বন্তি প্ৰজ্বলন ,স্মৃতি তৰ্পণৰে মহীয়সী গৰাকীলৈ শ্ৰদ্ধা নিবে…
বিশ্বনাথ জিলাৰ বিহালীৰ শিয়ালমাৰীৰ MIB ভাটাৰ বিৰুদ্ধে গৰজি উঠিল মানৱ অধিকাৰ সংগ্ৰাম সমিতি । গৰুৰ গোহালি সদৃশ ঘৰত শ্ৰমিক ৰখাৰ অভিযোগ বিশ্বনাথ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ। বিশ্বনাথৰ বিহালীৰ বিভিন্ন প্ৰান্তৰ ইটা ভাটা সমুহৰ মালিকৰ মইমতালিৰ বিৰুদ্ধে জ…
কোকৰাঝাৰৰ বডোফা নগৰ BTC চেক্ৰেটেৰীয়েটৰ মুখ্য দ্বাৰৰ সন্মুখত BTR অঞ্চলত LP আৰু UP ৰ সমূহ শিক্ষকৰ পদ মোকলাই দি BTR বাসিন্দাক প্ৰথম প্ৰাধান্যৰে নিযুক্তি দিয়াৰ দাবীত ALL BTR TET QUALIFIED ASSOCIATION-ৰ ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন। BTR- অঞ্চলত LP,…
ৰাভা ভাতৃদ্বয়ৰ সফলতাত উৎফুল্লিত নৈপৰীয়া কয়লালীৰ ৰাইজ ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত মেছাকী কল্যালী গাঁৱৰ দুই ভাতৃ ক্ৰমে ফুলেশ্বৰ ৰাভা আৰু পৱন ৰাভাই কেৰেলাত অনুষ্ঠিত Body Filter 2nd Chempionship ত Silver Medel পাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক…
হেলেমৰ জৰীগুৰীত অঘটন : ইন্দ্ৰধনুষ গেছলাইনৰ ছয় লক্ষাধিক টকা লৈ পৰপুৰুষলৈ পলায়ন দুই সন্তানৰ মাতৃ। ইন্দ্ৰ ধনুষ গেছ পাইপ লাইন আৰু পাৱাৰ গ্ৰীডৰ টাৱাৰ নিৰ্মাণে কাৰোবাৰ বাবে ভাল হল আৰু আন কাৰোবাৰ বাবে কাল হ ল। ইন্দ্ৰ ধনুষ গেছ পাইপ লাইনৰ ধন পাই কোনোবাই যদি …
বিশ্বনাথৰ জিনজীয়া আৰক্ষীৰ বৃহত সাফল্য ৷ নিশা বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নেতৃত্বত জিনজিয়া আৰক্ষী আৰু বিশ্বনাথ সদৰ আৰক্ষীৰ এক বিশেষ অভিযানত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰতোৱাত জব্দ কৰে এখন সুৰা ভৰ্তি ট্ৰাক । অৰুণাচলৰ বান্দৰদুৱাৰ পৰা তেজপুৰ অভিমুখে …
ৰুকচিনত ভয়ংকৰ অগ্নিকাণ্ড অসম অৰুণাচল সীমান্ত পূব চিয়াং জিলাৰ ৰুকচিনত ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয় I জানিব পৰা মতে ৰুকচিন আগো মটৰ্চ এজেঞ্চিত পেট্ৰল পাম্পৰ ষ্টোৰ ৰুমত বিয়লি চাৰি বজাত ভয়ংকৰ অগ্নিকাণ্ড সংগঠিত হয় I জোনাইৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়…
হেলেমৰ টকৌবাৰীত এহাল যুৱক যুৱতীৰ অবৈধ প্ৰেমৰ কৰুণ কাহিনী। ৰাইজে ধৰি বান্ধি পাতি দিলে বিয়া। Script :- হেলেমৰ টকৌবাৰীত এগৰাকী নেপালী সম্প্ৰদায়ৰ যুৱক আৰু এগৰাকী মিচিং সম্প্ৰদায়ৰ যুৱতীয়ে প্ৰেমৰ নামত অবৈধ কাৰ্যকলাপ চলাই আহিছিল। যাৰ বাবে অঞ্চলটোত এক অশুভ…
ভুৱন গামেই হ'ল সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী মাজুলী উপ নিৰ্বাচনৰ বিজয় মুকুট ভুৱন গামৰ শিৰত মূল প্ৰতিদ্বন্দী চিত্তৰঞ্জন বসুমতাৰীক ৪১,৫০০ ভোটৰ ব্যৱধানত পৰাজিত কৰিলে গামে ভুৱন গামৰ বিজয়ৰ পাছতে বিজয় উল্লাহ বিজেপি কৰ্মীৰ আজি অনুষ্ঠিত হোৱা মাজুলী বিধ…
ধেমাজিৰ কনমানি APPUN PEGUৱে ZEE TVৰ DANCE ৰিয়েলিটি SHOW "Dance india Dance" ত নিজৰ প্ৰতিভা দেখুৱাই TOP 15লৈ নিৰ্বাচিত হয় অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । মনৰ ইচ্ছা থাকিলে কোনো বাধাই প্ৰাচীৰ হব নোৱাৰে তাকেই প্ৰমাণ কৰিলে ধেমাজিৰ গোগামুখৰ আপ্পুন …
জোনাইৰ এজন ব্যক্তি আৰু এটা পৰিয়ালৰ কৰুণ কাহিনী I মোৰ আপোনাৰ দৰে তেওঁৰো আছে বহুতো সপোন I আনৰ দৰে গাড়ী, মটৰ, বাংলা নহলেও খেতি বাতি কৰি পত্নী , পুত্ৰ আৰু পুত্ৰীৰ সৈতে পাৰ কৰিছিল সুখৰ জীৱন I কিন্তু হঠাৎ জীৱনক পোহৰাই গাঁৱৰ লোকৰ সৈতে একেলগে বাস কৰা দ…
জোনাইৰ লাইমেকুৰী ৰাকুত ককেত ভয়ংকৰ পথ পথ দুৰ্ঘটনা । এটা প্ৰকাণ্ড গছ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত মৃত্যু এজন লোকৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুৰীৰ ৰাকুত ককেত লাইমেকুৰীৰ পৰা বৈকুণ্ঠপুৰ অভিমুখে আহি থকা…
ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ প্ৰতিষ্ঠান আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ সহযোগত প্ৰশংসনীয় পদক্ষেপ। হেলেমৰ মিছামাৰীৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতি ভৱন প্ৰাঙ্গণত ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ প্ৰতিষ্ঠান ৰ দ্বাৰা আৰু উত্তৰ অসম দিব্যাংগ সন্থাৰ সহযোগত প্ৰায় ৮…
আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মণ্ডিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে জিলাখনৰ মুঠ ১,৩৩,২২৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব বিজেপিৰ ভুৱন গাম,বিৰোধীৰ উ…
কৃষি বিভাগৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড “আত্মা” আৰু “এপাৰ্ট”ৰ মেট পদ্ধতিৰে পৰীক্ষামূলক বৰো খেতিৰ শুভাৰম্ভ অসম চৰকাৰৰ কৃষি বিভাগৰ আন্তঃৰাষ্ট্ৰীয় ধান গবেষণা কেন্দ্ৰৰ চমুকৈ (আই আৰ আৰ আই)ৰ সহযোগত আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাত “আত্মা” আৰু “এপাৰ্ট”…
কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মিত্ৰজত ৰ মাজত পৌৰ নিৰ্বাচনক লৈ চলিছে অগপ আৰু বিজেপি মাজত তয়ানয়া ৰাজনৈতিক ৰণ: বিৰোধী দল নিষ্প্ৰভ: বিজেপিয়ে অগপ ক কৰিব নেকি হজম? অসমৰ পৌৰ নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমৰো প্ৰতিটো জিলাত আজিৰ দিনটোত প্ৰতিটো দলৰে নিৰ্ব…
চৰকাৰী পক্ষৰ মিত্ৰজতৰ অগপ দলটোক ধাৰাশায়ী কৰাৰ অৰ্থে প্রকাশ কৰিলে অসম চৰকাৰৰ টকাৰ অভাৱ নাই, টকাৰ বানপানী হৈ আছে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নামনি অসমৰ বঙাইগাঁও জিলাত পৌৰ নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে আজি অভয়াপুৰী আৰু বঙাইগাঁও জিলা সদ…
মাজুলীত মুখ্যমন্ত্ৰীৰ মাৰথান প্ৰচাৰ । ভুৱন গামৰ হৈ মাজুলীৰ দুৰ্গম স্থানত মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰ । আঁহতগুৰি, দক্ষিণ আঁহতগুৰি, শ্ৰী লোহিত, কৰতিপাৰ পঞ্চায়তৰ পাঁচতাকৈ দুৰ্গম চৰ-চাপৰিত হেলিকপ্তাৰেৰে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ভূবন গামৰ হৈ মাৰাথান প্ৰচা…
জোনাইত অহা ৫ মাৰ্চ তাৰিখে ৰাজাখানা হাইস্কুলত অনুষ্ঠিত হ'ব বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰ । Dr Damanis Nursing Home আৰু Rhino People Foundation of Assam নামৰ NGO ৰ উদ্দ্যোগত ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৰাজাখানা হাইস্কুলত অহা ৫ …
শিৱৰাত্ৰি উদযাৰ্পন প্ৰথম অসমীয়া বোথাছৱি শ্বুটিংস্থলী ভোলাগুৰি স্থিত ঐতিস্যমণ্ডিত ভোলাথান। আজি শিৱৰাত্ৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো শিৱ মন্দিৰত পুৱাৰে পৰা শিৱ বাবাৰ আৰ্শীষ তথা দৰ্শন কৰিবলৈ অগনন ভক্তৰ ভীৰ দেখা পোৱা গৈছে ইয়াৰ লগতে ব্যতিক্ৰম নহয় গহ…
মাজুলীত শিৱৰাত্ৰী পালন বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহত। সমগ্ৰ দেশৰ লগতে মাজুলীতো উলহ মালহেৰে মহা শিৱৰাত্ৰী পূজা পালন কৰিছে। মাজুলীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তগণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। শিৱ বন্দনাৰে মুখৰিত হয় পৰিছে মাজুলীৰ আক…
শিৱৰাত্ৰি পূজা অৰ্চনা চলি থকাৰ মাজতে গোগামুখত ভয়ংকৰ অগ্নিকাণ্ড জুইত জাহ গ'ল এটা বাসগৃহ । গোগামুখ তাজিক গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড । দিপক ডেকা নামৰ লোকজনৰ বাসগৃহ ভস্মীভূত । চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড । শিৱৰাত্ৰি পূজা …