عرض المشاركات من سبتمبر, 2020
ঐতিহাসিক পটভূমিত অকণমান হলে ঠাই পোৱা ঘূণাসুঁতি অসমৰ প্ৰায় পৰিচিত, কিন্তু এই পৰিচয় যেন দিনক দিনে নাইকিয়া হব লৈছে যেন লাগিছে। কিয়নো বুলি কলে আজি ভাৰত স্বাধীন হোৱা 73 বছৰ পাৰ হৈ গল কিন্ত আজিও না মেডিকেল সুবিধা পালে, না যাতায়তৰ সুবিধা পালে, না ভাল এখন শ…
ঢকুৱাখনাৰ ঘিলামৰাৰ চামপৰা গাঁৱত বিদ্যুৎ বিভাগে সংঘটিত কৰিছে আজৱ কাণ্ড। কাৰণ ঘিলামৰা উপসংমণ্ডলৰ অধীনস্থ চামপৰা গাঁৱত বহুসংখ্যক দৰিদ্ৰ পৰিয়ালত এমাহৰ বিল দেখি হতবাক হৈছে গাঁৱৰ ৰাইজ। এমাহৰ বিল উঠিছে ৭ হাজাৰ টকাৰ পৰা এক লাখ পৰ্যন্ত। বিদ্যুৎ বিভাগৰ এই আজৱ …
মাজুলী মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক ছাত্ৰ সন্থা সমূহে কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে ক্ৰমে *The Essential Commodities (Amendment) Bill, 2020*, *The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Se…
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেখনে বৰ্তমান সাধাৰণ কৃষৰ বিৰুদ্ধে কেন্দ্ৰত গ্ৰহণ কৰা কৃষি আচনিখনৰ বিৰুদ্ধে ধেমাজি জিলাৰ গোগামুখ নগৰৰ মাজমজীয়াত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক সকলৰ ভবিষ্যত সুনিশ্চিত নকৰাকৈ কে…
লাইকা বনগাঁৱত অপৰিৱৰ্তিত বান প্ৰায় শেষ হৈছে। কিন্তুু কমা নাই বানে বিধ্বস্ত' কৰা কৃষকৰ হাহাকাৰ-লাইকা বনগাঁৱত বাঢ়নী পানীয়ে খহাই অনা নৈ পাৰৰ লোকসকল আজিও আছে। বহু অসুবিধাত।বানে কৰি থোৱা খেতি নষ্ট কৰাৰ পিছতো এহাত পৰ্যন্ত পলস পেলোৱা ভূমিত কৃষকে কৰিব ন…
মাজুলী জিলাৰ ফুলনি পঞ্চায়তৰ কলীয়া- বৰগুৰি সংযোগী পথৰ দুৰৱস্থাৰ ,বোকাময় কদৰ্য পথেৰে যাতনাভূগি কৰিছে যাতায়ত : মাজুলী জিলাৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ বৰ কলিয়া গাঁৱৰ সদা ব্যস্ত এক মাত্ৰ পথ বৰগুৰি সংযোগী পথ । যিটো পথে মাজুলীৰ লগতে লখিমপুৰ জিলাৰ প্…
২৩ চেপ্তেম্বৰ'২০২০ তাৰিখ বুধবাৰে বোকাখাট নাট্য মন্দিৰত TMPK MMK আৰু TMMK কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত প্ৰধানকৈ অহা ২০২১ চনত TMPKৰ সোণালী জয়ন্তী বৰ্ষপূৰ্তীৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা বছৰযোৰা কাৰ্যসূচী, ৰাজনৈতিক দিশ আৰু সাংগঠনিক…
লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙক গুৱাহাটী (চেন্ট্ৰেল)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰূপে বদলি । l গুৱাহাটী (চেন্ট্ৰেল)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত গৌতম বৰাক গুৱাহাটী (ইষ্ট)ৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰূপে বদলিকৰণ । APS লংনিত টেৰাংঙক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়…
ATM ৰ পৰা টকা উঠোৱাৰ নতুন নিয়ম – ১৮ ছেপ্তেম্বৰৰপৰা প্ৰযোজ্য : ATM ৰে টকা উঠোৱাত SBI ৰ নিয়মত এক নতুনত্ব চলিত মাহৰ ১৮ তাৰিখৰপৰা।OTP ব্যৱহাৰ কৰি গ্ৰাহকে ATM ৰে টকা উঠাব লাগিব। ই হৈছেATM security system ক সুদৃহ কৰাৰ এক নতুন পদ্ধতি। নতুন নিয়ম অনুসৰি SBI ৰ …
লখিমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী ঘুনাসূতিত ৭ চেপ্তেম্বৰ তাৰিখে এগৰাকী বোৱাৰীৰ সন্ধানহীন হয়।ফুলবাৰী গাঁৱৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ললিত পায়েংঙৰ পত্নী মায়াৱতী পায়েং নামৰ মহিলা গৰাকী ৭ চেপ্তেম্বৰ পুৱাই ঘৰৰ পৰা সন্ধানহীন হয়।ঘটনাৰ বিৱৰণি অনুসৰি…
মাজুলীত জেংৰাই মুখ থানা আৰু আৰক্ষী ৰিভাৰ পেট্ৰলিং স্পেইড ব'ট উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মাজুলীত যোৱাকালি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে দুপৰীয়া প্ৰায় ১১-৪৫ বজাত কমলাবাৰী …
ফিল'বাৰীৰ শীতলপুৰ টিংখাং এদিনয়া ফুটবাল প্ৰতিয়োগিতাৰ আয়োজন । অহা ১৮ চেপ্তেম্বৰ,২০২০ বৰ্ষত এই প্ৰইছমানি প্ৰতিয়োগিতা আয়োজন । নৱউজুল লুইতপৰীয়া য়ুৱক সংঘৰ সৌজন্যত প্ৰতিয়োগিতাৰ ব্যাপক প্ৰস্তুতি । প্ৰথম পুৰষ্কাৰ ট্ৰফীসহ নগদ ৭০০১ টকা । প্ৰতিয়োগিতাৰ য়োগদা…
Lokimpur Mo:dumlok Nowboisa Ronganodi Putabil Do:lu:lo:k potin ajjoné lang Mé: tom ajjoné Nirmol Noro bím Gía: bombitungku Réngam noluk ara:lo:pé Nirmol Noro bí potin lang Mé: tom adla mé:na mé gasumko dung Émpige: la Murkong píramki tupjetla…
ডুমডুমা-ফিল'বাৰী, 9ছেপ্তেম্বৰ:বাহিৰ ৰংদৈ গাঁৱৰ প্ৰধান সমস্যা হিচাপে চিহ্নিত গাঁৱখনৰ মূল পথ আৰু ময়লা নদীয়ে সম্পূৰ্ণৰূপে মূল পথটি খহাই পেলায়। আজিৰ পৰা 10-12 বছৰ আগৰ পৰা মূল ৰাস্তুা পথটি খহায় দিয়াৰ ফলত 5-6 খন গাঁৱ ফিল'বাৰীলৈ যোগাযোগ বিচ্ছিন্ন হ…
অয়েঙীয়াত বৰগাঁৱত গৃহ বঞ্চিত হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ। গৃহ প্ৰদানৰ নামত সংগ্ৰহ ৫০০ শৰ পৰা ২০০০ টকা পৰ্যন্ত। এতিয়া ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত অয়েঙীয়া বৰগাঁৱত সংঘটিত হৈছে দুৰ্নীতিৰাজ অনিয়ম। এই কাণ্ড সংঘটিত কৰিছে শাসকীয় চৰকাৰৰ কেইজনমান বিজেপিৰ…
মুখ্য মন্ত্ৰী সমৰ্টি মাজুলীত দিল্লীৰ পৰা আপৰ কৰ্ম-কৰ্থা উপস্তিত। - মাজুলীত দিল্লীৰ পৰা আপৰ অসমৰ প্ৰচাৰক ৰাকেশ শৰ্মাৰ নত্ৰীত্বত জেংৰাইমুখত আপৰ কৰ্ম-কথাৰ লগত মত-বিনি…
নৱকুমাৰ দলেক পৰাভূত কৰিবলৈ ব্যাপক প্ৰস্তুতি গণশক্তিদল। C অসম বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ বাকী কেইটামান মাহ। ১১২ নং ঢকুৱাখনা বিধান সভা সমষ্টি দখলকলৈ ইতিমধ্যে বিভিন্ন দলে আৰম্ভ কৰিছে ৰণকৌশল। সমাগত নিৰ্বাচনৰ বাবে পিছ পৰি থকা গণশক্তি দলো। আজি ঢকুৱাখন…
যোৰহাটৰৰ চিকিৎসক ডা:ৰাহুল বসুমতাৰীৰ হত্যাকাৰী দিগন্ত তাঁতীক গ্ৰেপ্তাৰ।হত্যাকাৰী দিগন্ত তাতীয়ে নিজ মুখে স্বীকাৰ চিকিৎসক ৰাহুল বসুমতাৰীক হত্যাৰ বিষয়ে। ২৪ঘণ্টা নহওতেই যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক। যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সো…
আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ Rank ত অসম 20 নম্বৰ স্থানত। অসমৰ স্থান বছৰে বছৰে পিছুৱাই গৈ আছে। এই STATE BUSINESS ACTION PLAN ত দক্ষিণ ভাৰত আৰু উত্তৰ প্ৰদেশ ব্যৱহাৰিক দিশত দক্ষতা দেখাবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি ‘State Business Reform Action Plan 2…
সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত নতুন মোৰ সৃষ্টি কৰিছে ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ ড্ৰাগছ মাফিয়াৰ সৈতে যোগা়োগৰ ঘটনাই। ইতিমধ্যে এই অভিযোগত গ্ৰেপ্তাৰ হৈছে ৰিয়াৰ ভাতৃ শৌভিক। আটক কৰা হৈছে সুশান্তৰ পৰিচাৰক দীপেশক। দীপেশৰ জেৰাত পোহ…
ঢকুৱাখনাৰ খেৰকটা পঞ্চায়ত বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীক আক্ৰমণ কৰা যুৱক সকলৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত টি,এম,পি,কে'ৰ প্ৰাক্তন উপ সভাপতি পদ্মলোচন দলেক গোগামুখৰ ঘৰৰ পৰা পুৱতি নিশা ঢকুৱাখনা আৰক্ষীয়ে আটক কৰি আনি দিনটো থানাত ৰাখি বিভিন্ন সোধ-পোচ চলোৱাৰ পিছ…
আজি শিক্ষক দিৱস। আজি সমগ্ৰ দেশে শ্ৰদ্ধা নিবেদন কৰিছে শিক্ষাগুৰুৰ প্ৰতি। গুৱাহাটী মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী। আজিৰ দিনটোতে ৰাজ্যৰ মনোনীত কৃতী শিক্ষকলৈ বঁটা প্ৰদান কৰা হয়…
ঢকুৱাখনাত গণশক্তি দলৰ গুণ্ডাগিৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে গণশক্তি দলৰ কেইজনমান লোকে বিজেপিৰ যুৱ মৰ্চা কৰ্মীক খেৰকটা পঞ্চায়তত আক্ৰমণ লৈ ঢকুৱাখনাত আজি ঢকুৱাখনাত নিৰ্যাতিত সন্তানসকলৰ অভিভাৱক আৰু ৰাইজৰ উদ্যোগত ৰাজপথ উত্তাল কৰি…
লখিমপুৰ জিলাৰ ঘূণাসুঁতি তামনচুকত উত্তাল প্ৰতিবাদ। লখিমপুৰ জিলাৰ অন্তৰ্গত বগীনদী উন্নয়নখণ্ডৰ অধীনৰ চাউলধোৱাৰ পৰা লখিমপুৰ উন্নয়নখণ্ডৰ অধীনৰ জংকী-পানৈৰ দেশ হিচাপে খ্যাত ঘূণাসুঁতি তিনিআলিলৈ সংযোগ কৰা গড়কপ্তানি পথটো ঘূণাসুঁতি গাওঁ পঞ্চায়তৰ এক নং ৱাৰ…
লখিমপুৰত জিলাৰ বগীনদীত প্ৰমিলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু হাগ্ৰামাহ মহিলাৰীৰ পুত্তলিকা দাহ । লখিমপুৰৰ বগীনদীত সংযুক্ত বড়ো গনমঞ্চৰ লগতে বড়ো জাতীয় সংগঠন সমূহৰ প্ৰতিবাদ । নৱগঠিত ও অনুস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ বিধেয়কখন চলি থকা চা…
আজি ৰাতিপুৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপ HACKED হৈছে বুলি এতিয়া আমি সামাজিক মাধ্যমত দেখা পাইছোঁ আৰু জনাজাত হৈছে। টুইটাৰ কৰ্তৃপক্ষই এই একাউণ্টটোক সুৰক্ষিত কৰাৰ পদক্ষেপ লৈছে ইতিমধ্যে আৰু সক্ৰিয় তদন কৰা হব বুলিও আশ্বা…
আমাৰ মিচিং জনগোষ্ঠী আজিৰ এই 21 শতিকাৰ ডিজিটেল ৱৰ্ল্ডৰ প্ৰতিযোগিতাত কত অৱস্থিত বাৰু। হয় আমি সকলোৱে পৃথিৱীৰ লগত কদম মিলাই চলিব বিচাৰো, কিন্তু সামাজিক পৰিধিৰ কিছু অমান্তিকাৰক পৰিস্হিতি মাজত থাকিব লগীয়া হোৱা নাই তেনেও নহয়। কাৰণ মিচিং নৈ-পৰিয়া মানুহবোৰ …
মাজুলীত সন্মিলিত গনশক্তি অসমৰ সাংগঠনিক দলীয় কৰ্মী সভা। আগন্তুক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন চমুচাপি অহাৰ লগে-লগে সকলো ৰাজনৈতিক দলৰ কোচকাৱাচ আৰম্ভ হৈছে। ঠিক তেনেদৰে গনশক্তি দলৰো আৰম্ভ হৈছে নিৰ্বাচনি কোছকাৱাছ। আজি মাজুলী জিলা ভিওিত প্ৰায় ২০০০খন …
জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন বিধায়ক দুৰ্গা ভূমিজৰ৷ একে সময়তে বাঘজানৰ ঘটনাত ক্ষতিগ্ৰস্ত বহু পৰিয়াল তথা লোকে আজিলৈ ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ৷ জুই নিৰ্বাপনত ব্যৰ্থ নেকি ৰাজ্য চৰকাৰ৷ অসম বিধানসভাৰ মজিয়াত প্ৰশ্ন ব…
লখিমপুৰ জিলাত দলং নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ। লখিমপুৰৰ বগীনদীত গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰা দলঙক লৈ ৰাইজৰ প্ৰতিবাদ। গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে ঘাগৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙক লৈ শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ঘাগৰ নদীৰ পাৰত সমবেত হৈ ১০ খ…
বিত্তমন্ত্ৰীয়ে ক'লে- ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি আৰু প্ৰথম কিস্তিৰ ধন পাব দুই নৱেম্বৰত৷ অৰুণোদয় আঁচনিৰ ধন কোনে কোনে পাব আৰু কেতিয়াৰ পৰা পাব? মঙলবাৰে অসম বিধানসভাৰ মজিয়াত জনালে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ বিত্তমন্ত্ৰী ড…
এগৰাকী বিশেষ সক্ষম নাৰী তেওঁৰ আছে বিভিন্ন দিশত প্ৰতিভা শাৰীৰিক ভাৱে সক্ষম হৈয়ো জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ জীৱন যুজঁৰ সৈতে সং সাহসেৰে যুজি গৈছে ৷ দৰিদ্রতাই কোঙা কৰা পৰিয়ালটোক এতিয়া লাগে মহানজনৰ সহায়ৰ হাত ৷ জীৱনৰ প্ৰতিটো ঘাত-প্রতিঘাত শিৰত লৈ সমানেই কবি…