Showing posts from February, 2022
জোনাইৰ ১ নং চিৰাম গাঁৱত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলতে এতিয়া অনুষ্ঠিত হৈছে জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । সেইদৰে ১ নং চিৰাম গাঁৱতো এদিনীয়া…
আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আপোচ নকৰো। এ.আই.ইউ.ডি.এফৰ লগত বিজেপিৰ হে ভিতৰি ভিতৰি গোপন বুজা বুজি আছে এই মন্তব্য লুৰিণজ্যোতি গগৈৰ। চিত্ত ৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীলৈ আহিছে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ ৰথী মহাৰথী । অসম প্…
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক ডিব্ৰুগড় বাৰ্ষিক অধিৱেশন ত লাখ লাখ লোকৰ লোকে লোকাৰণ্য :আৰক্ষী ,সেৱাবাহিনী ৰ চোকা পহৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনটোত লাখ লাখ লোকে লোকাৰণ্য হৈ পৰিছে। প্রাপ্ত বাতৰি মতে আজি ৰাতিপ…
জোনাইৰ ৰোৱাদ গাঁৱত ভয়ঙ্কৰ অগ্নি কাণ্ড। যোৱা নিশা প্ৰায় 9:30 বজাত জোনাইৰ ৰোৱাদ গাঁৱৰ লক্ষ্ণীনাথ কুলি নামৰ ব্যক্তিৰ বাসগৃহত পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। জানিব পৰামতে নিশা পাকঘৰত আহাৰ গ্ৰহণ কৰি বিচনাত শুভলৈ লওঁতে গে…
উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে মাজুলীত উপস্থিত মিচিং অট নমাচ কাউনচিলৰ চীফ পৰামানন্দ চাৰীঙ্গীয়া.. মাজুলীত এতিয়া উপ নিৰ্বাচনৰ গৰম বতাহ বলিছে । উপ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভীৰ কৰিছেহি মাজুলীত । আজি মাজুলীত উপস্থ…
গহপুৰৰ টকৌবাৰীৰ অন কেমেৰা ডাম্পাৰ চুৰি গহপুৰ মহকুমাত সক্ৰিয় হৈ পৰিছে বৃহৎ চুৰি চক্ৰ। সংঘটিত এটাৰ পাছত আনটো চুৰি কাৰ্য । ২৫ ফেব্ৰুৱাৰী নিশা গহপুৰ মহকুমাৰ টকৌবাৰী স্হিত ইণ্ডিয়ান অইলৰ হেলেম চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোৰ চৌহদৰ পৰা এখন ডাম্পাৰ চুৰি হয় ।…
মাজুলী উলুৱনি চেলেক গাওঁ মিচিং জনগোষ্ঠীয় লোকসকলৰ পঃৰাগ উৎসৱ উদযাপন পঃৰাগ উৎসৱক লৈ উলুৱনি চেলেক মিচিং গাঁৱত উদুলি-মুদুলি পৰিৱেশ। কৃষিজীৱি মিচিংসকলে প্ৰধানকৈ আহু,শালি,বাও,সৰিয়হ মাহ খেতি কৰি জীৱিকা নিৰ্বাহ কৰে ৷ লাহে লাহে বাৰিষাৰ পানী শুকায়,বাটে পোৱালি…
মাজুলীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেল ৷ ৯৯ নং মাজুলী বিধান সভা নিৰ্বাচনত এইবাৰ চিত্ৰৰঞ্জন বসুমতাৰীয়েই জয়ী হ'ব ৷ অপুৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সংবাদ মেলত সহযোগ কৰে বিধায়ক ভাস্কৰ বৰুৱা আৰু বসন্ত দাসে ৷ মাজুলীৰ এই উপ নিৰ্বাচন মাজুলীৰ স্বভিমান ৰক্ষাৰ …
বিহালীৰ বৰাজুলীত বাঘ খেদিবলৈ যোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত অবস্থাত মৃতদেহ উদ্ধাৰ। বিহালীৰ বিভিন্ন স্থানত এতিয়াও বাঘৰ আতংক অব্যাহত আছে। কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চা…
জোনাইৰ নাহৰ দেতাক গাঁৱৰ মুৰং প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন জী-জোৱাই চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত নাহৰ দেতাক গাঁৱৰ মুৰং প্ৰাংগনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে জী-জোৱাই চিনাকি আৰু সম্…
অৱনৰি ৰবৰ উদ্যোগ সন্থাৰ উদ্যোগত ৰবৰ টেপিং ট্ৰেইনিং সোৱণশিৰিৰ মেদক গাঁৱত ৬০ গৰাকী ৰবৰ খেতিয়কক লৈ তিনিদিনিয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ ৰবৰ বৰ্ডৰ পৰা কেনেদৰে ৰবৰ খেতিয়ক সকলে বিভিন্ন উন্নয়নমূলক সা-সুবিধা লাভ কৰিব পাৰি তাৰ ওপৰত সম্যক জ্ঞান দিবৰ বাবে আজ…
গহপুৰ সমষ্টিৰ টেটুনবাৰীত উন্নয়ন মূখ নেদেখা এখন অঞ্চল । এখন পকী দলঙৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ৱাৰ্ড সদস্যৰ বিৰোদ্ধে ঘৰ দিয়াৰ নামত পোন্ধৰ হাজাৰ টকা বিচৰাৰ অভিযোগ। স্বাধীনতাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এখন ভগা পকী দলঙৰ বাবে প্ৰতিবাদ সাব্…
মিচিং আগম কেবাঙৰ ( সাহিত্য সভা) উদ্যোগত আৰু TMPK সহ চাৰিটা মিচিং জাতীয় সংগঠনৰ সহযোগত জোনাইতো আন্তৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন ৷ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্…
মাজুলীত উপস্থিত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা । নিমাতী ফেৰী ঘাটেদি কমলাবাৰী ফেৰী ঘাটত উপস্থিত। মাজুলী বিজেপিৰ উস্ম আদৰনি মন্ত্ৰী গৰাকীক। মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলাব মন্ত্ৰী পিযুষ হাজৰিকাই। ভুৱন গাম জিকিবই। …
পৰ্যটক ৰিঙিয়াই মাতিছে ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বন ঘৰচীয়া ঘোঁৰা আৰু বনগাঁওৰ প্ৰাকৃতিক সৌন্দৰ্যই ৷ বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিখ্যাত ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী উদ্যান ৷ এতিয়া প্ৰকৃতি প্ৰেমী পৰ্যটকৰ বাবে ভাল সময় ৷ আপুনি যদি বন ঘৰচীয়া …
গহপুৰৰ অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ হোলঙ্গীত আয়োজন কৰা হৈছে নিচি জনগোষ্ঠীৰ ইয়োকুম উৎসৱ। অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ আলি আঃয়ে লৃগাঙৰ দৰেই অৰুনাচল প্ৰদেশৰ নিচি জনগোষ্ঠীয় লোক সকলে উদযাপন কৰে কৃষিভিত্তিক ইয়োকুম উৎসৱ। গহপুৰৰ অসম-অৰুনাচল প্ৰদেশ সীমান্তৰ …
মনোনয়ন দাখিল কৰিলে অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে... অহা ৭ মাৰ্চ তাৰিখে অনুষ্ঠিত হবলগা উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ মিত্রজোটৰ প্রাথী অসম জাতীয় পৰিষদৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে দাখিল কৰিলে তেখেতৰ মনোনয়ন পত্ৰ । তেও মনোনয়ন পত্ৰ দাখিলৰ সময়ত …
অসম পশ্চিমবঙ্গ সীমান্তৰ ধুবুৰী আৰক্ষীৰ অবৈধ লাখ লাখ টকা উদ্ধাৰ: আৰক্ষীৰ তদন্ত অব্যাহত। ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ,পাকিস্তান আৰু আফগানিস্তানলৈ বিভিন্ন অত্যাৱশ্যকীয় সা সামগ্ৰীকে ধৰি গৰু আৰু জাল নোট আদি চোৰাং কৈ যে নিতৌ আদ…
অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ । অসমৰ নৈপৰীয়া মিচিং সকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰে কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইটো মিচিং সকলৰ পৰম্পৰা আৰু …
গুমৰাগ আৰু ঐনিতমেৰে মুখৰিত কৰিলে চৌদিশৰ আকাশ বতাহ::আজি মিছিং সকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আই-লিগাং অসমৰ ভূমি পুত্ৰ,দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং সকলৰ জাতীয় উৎসৱ আলি-আয়-লৃগাং৷এই আলি-আয়-লৃগাঙক লৈয়েই পুৱাৰে পৰা ব্যস্ত হৈ পৰিল মিছিং অধ্যুষিত অঞ্চল …
সমগ্ৰ ৰাজ্যৰ লগতে মৌখোৱাত আলি-আয়ে-লৃগাং উদযাপন, গুমৰাগ নৃত্য আৰু ঐনিতঃমৰ সুৰত মুখৰিত আকাশ বতাহ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ মৌখোৱাত পালন কৰা হৈছে কৃষি ভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং। মিচিং জনগোষ্ঠীয় সকলৰ মাজত আজি আলি-আয়ে -লৃগাংৰ ব্যাপক ভাৱে উদযাপ…
উজনি অসমৰ অন্যান্য বিধান সভা সমষ্টি সমূহৰ ভিতৰত এটা গুৰুত্ব পূৰ্ণ সমষ্টি হৈছে ৯৯ নং মাজুলী বিধান সভা সমষ্টি। ৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভুবন গামে। মনোনয়ণৰ দিনা সদৰ গড়মূৰত এক …
BIG BREAKING হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।অচিনাক্ত ডাম্পাৰে মহতিয়াই থৈ গল ট্ৰেক্টৰ আৰু বন বিভাগৰ বলেৰ গাড়ী। হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আলি আঃয়ে লৃগাঙৰ প্ৰাগ মূহুৰ্তত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। সন্ধিয়া প্ৰায় ৭ মান বজাত এক ভয়…
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো উৎযাপন কৰা হৈছে অসমৰ সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ শক্তিশালী জাতীয় সংগঠন ABSU ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ ABSU ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জোনাই আঞ্চলিক নিখিল …
মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্য্যায়ত অন্তৰ্ভুক্ত হোৱাত গোগামুখ আৰু অৱনৰিত আনন্দৰ বৈণ্যা । মিংমাং বাংকে আগম কেবাং, অৱনৰি ,চাংগা অৱনৰি আৰু বিল্লাম অৱনৰি বাংকে আগম কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত মঙ্গলবাৰে মিংমাং আঞ্চল…
মাজ বৰ্ষামুখত আলি আয়ে লৃগাংৰ প্ৰস্তুতি। আলি আঃয়ে লৃগাংৰ উপলক্ষে লাইখুটা স্থাপন। গুমৰাগ নৃত্যৰে মুখৰিত মাজ বৰ্ষামুখ অঞ্চলত। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যতে মিচিং জনগোষ্ঠী লোকসকলে উদযাপন কৰিব কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ইয়াৰ বাবে আজি মাংগ…
মূল আৰু জিলা শাখাৰ অধিৱেশন ত দলে দলে অংশগ্ৰহণ কৰাৰ আহ্বান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আহ্বানত জিলা নামঘৰ প্ৰাঙ্গনত আজি কাৰ্যনিৰ্বাহক আৰু প্ৰাথমিক শাখাৰ সভাপতি,সম্পাদক সকলৰ এক সাধাৰণ সভা অনুষ্ঠিত হয়। প্ৰাপ্ত বাতৰি মতে মূলৰ(কেন্…
আলি-আয়ে-লৃগাঙৰ পূৰ্ণ প্ৰস্তুতি# গুমৰাগ নৃত্য,ঐনিতমৰ সুৰেৰে মুখৰিত মাজুলী লাহন মিচিং অধ্যূষিত অঞ্চল ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত হয় ভূমি পুত্ৰ মিচিং জনগোষ্ঠীয় লোক সকলৰ কৃষিভৃত্তিক উৎসৱ আলি-আয়ে-লৃগাং।সেই উপলক্ষে মাজুলী লাহন অঞ্চলৰ মিচিং অধ্…
বিগত ১০ দিন অৱস্থান ধৰ্মগত কৰাৰ পিছতো গা নলৰিল বিভাগীয় আমোলাৰ। গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী অৱস্থান ধৰ্মঘট অব্যাহত । বিগত ১০ দিন ধৰি গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্ন…
বিহালীত বাঘৰ সন্ত্ৰাস ।গাঁৱৰ মাজৰ চাহ বাগিছাত অৱস্থান কৰি আছে এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘ। বিহালীৰ ৰৌমাৰী গাৱঁৰ এখন ব্যক্তিগত চাহ বাগিছাত এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে অৱস্থান কৰাত অঞ্চলটোত এক আতংকময় পৰিবেশ বিৰাজ কৰিছে। পুৱাৰ ভাগতে ৰাইজে দিনৰ ভ…
ধেমাজি মিচিং আগম কৌবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান । মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ বাবে শোভাযাত্ৰা অনুষ্ঠান । ধেমাজি মঃদুম কৌবাং, টাকাম মিচিং পৰিণ কৌবাঙ টাউন কমিটিৰ সহযোগত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ…
গহপুৰ টেটুনবাৰীত ভয়ংকৰ অগ্নিকাণ্ড । পানী নোহোৱাকৈ ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীক লৈ স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি , টেটুনবাৰীত । একেটি পৰিয়ালৰে ৪ টি বাসগৃহ সম্পূৰ্ণ জুইত জাহ । ৭ লক্ষধিক টকাৰ সা -সামগ্ৰী সম্পূৰ্ণ ভস্মীভূত । গহপ…
অৱনৰিত গুমৰাগ নৃত্যৰ কৰ্মশালা ফাগুন, যাৰ মিঠা পৰসত অনন্য অপৰূপ সৃষ্টি হয় ফাগুনে লৈ আহে আশাৰ বতৰা ফাগুন মানেই যেন শিমলু-মদাৰ ফুলাৰ বতৰ উন্মাদনা ফাগুনে লৈ আহে লৃগাং অহাৰ বতৰা ৰিব্ ৰিব্ মলয়া বতাহত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যত কবিৰ কবিতাত সৃষ্টি হয় …
গহপুৰৰ দক্ষিণ অঞ্চলৰ মিচিং অধ্যূষিত বৰতামুলী, সৰতামুলী, পাকেন, ৰাওনামূখ আদি অঞ্চলৰ খেতিয়কৰ বিলৈ। বানে ধোৱা গহপুৰৰ উক্ত অঞ্চলৰ একমাত্ৰ খৰালি খেতিত প্ৰকৃতিৰ সেন চকু। তিনিদিন পূৰ্বে অহা শিল বৰষুণে নষ্ট কৰি পেলালে শ শ বিঘা মাটিৰ সৰিয়হ খেতি। সৰিয়হ…
চাওঁতে চাওঁতে আহি পালে লৃগাং, শিমলু মদাৰ আদি ফুলেৰে ৰাঙলী হৈ পৰিছে আকাশ, গোমৰাগ ঐনিতমৰ কলিৰে আকাশে বতাহে মুখৰিত হৈ পৰিছে নৈপৰিয়া মিচিং জনবসতি গাৱসমুহত । ককালত টঙালি বান্ধি মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্ৰস্তুত…
মাজুলীৰ ফুলনীত তেল ডিপোত উত্তপ্ত পৰিস্থিতি। ইণ্ডিয়ান অইলৰ ডিপোত তেল দিয়া বিসংগতিক লৈ উত্তপ্ত পৰিবেশ , ডিপোৰ কৰ্মচাৰী আটক। আজি মাজুলীৰ ফুলনী চাৰিআলি ইণ্ডিয়ান অইলৰ তেল ডিপোত চলি থকা বিসংগতি ধৰা পেলাই এগৰাকী মহিলা গ্ৰাহকে।। দীৰ্ঘ দিন ধৰি এই ডিপোটোত টকাৰ …
NHPCৰ বিৰুদ্ধে গোগামুখ আঞ্চলিক ছাত্র সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া । আগষ্ট মাহৰ পৰা ৫০০ মেগাৱট বিদ্যুত উৎপাদনৰ কাম ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ। অসমৰ যি জাতীয় সংগঠন সমূহে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ…
এটা যুগৰ অৱসান ঘটাই ভাৰতৰ সংগীতৰত্ন লতাজীৰ মহাপ্ৰয়ান: মুম্বাইৰ শিবাজী উদ্যানত ৰাষ্ট্ৰীয় মৰ্য্যদাৰে বিলীন হল পঞ্চভূতত । দেশ বিদেশৰ লগতে অসমতো বঙাইগাঁও জিলাত পালন শোক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিক্ষা আৰু জ্ঞানৰ ঈশ্বৰ সৰস্বতী পূজাৰ পিছদিনাখনেই বিশ্বৰ অত্য…
মহুৰামুখৰ নামটেমেৰাত আলি আই লৃগাঙৰ ব্যাপক প্ৰস্তুতি ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিছিং সকলৰ হেপাঁহৰ আলি আই লৃগাঙ সমাগত৷লৃগাঙলৈ আৰু কেইটামান দিন বাকী থকা সময়ত অসমৰ বিভিন্ন ঠাইৰ লগতে বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ নৈ পৰীয়া দিচৈ,দুসুতি,উত্তৰ মহুৰা আৰু …
ঢকুৱাখনাৰ বৰ্ষামুখ গৰখীয়াচুকত প্ৰেমে অপৃন কেবাঙৰ তৃতীয় বাৰ্ষিক অধিৱেশন অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ড: ৰণোজ পেগু। ঢকুৱাখনাৰ বৰ্ষামুখ গৰখীয়াচুকত বিশিষ্ট সমাজকৰ্মী তথা লেখক স্বৰ্গীয় ৰত্নেশ্বৰ প্ৰেমে ক্ষেত্ৰত মিচিং জনগোষ্ঠীৰ অন্যতম বংশধৰ প্ৰেমে অপৃন বা প্ৰে…
বিহপুৰীয়া বদতি লাগাছু বংশাৱলীৰ লাইখুটা স্থাপন। উদুলি মুদুলি ঐনিতঃৰ মাজেৰে বদতি লাগাছু অপৃন কেবাঙৰ বাকৰি অসমৰ দ্বিতীয় বৃহত্তম মিচিং জনগোষ্ঠীৰ লাগাছু বংশাৱলীৰ ২০২২বৰ্ষৰ দ্বিতীয় কাৰ্যসূচী ৰূপায়ণৰ হেতু আজি বদতি লাগাছুত লাইখুটা স্থাপন কৰা হয়। মাংগলিক ৰীত…
এতিয়া চৌদিশে পলাশ - শিমলু - মদাৰ - ফুলিছে ৷ ৰাঙলী হৈছে আকাশ ৷ যেন লৃগাঙৰহে বতৰা কঢ়িয়াই আনিছে ৷ অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলে আগন্তুক ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰিব জাতীয় উৎসৱ আলি - আঃয়ে - লৃগাং ৷ আলি মানে আলু বা মূল - আঃয়ে মানে ফল বা গুটি - …
সোৱণশিৰি নামনি বাহবাৰী মেদক গাঁৱত প:ৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি। সোৱণশিৰি নামনি বাহবাৰী মেদক গাঁৱত ঐক্য শান্তি সম্প্ৰীতিৰ এনাজৰী বজাই ৰখাৰ উদ্দেশ্যৰে অহা ১০ ৰ পৰা ১৪ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ প:ৰাগ উৎসৱ বা নৰাচিগা উৎসৱ উদয…
গোগামুখ মহাবিদ্যালয় আৰু গোগামুখ বালিকা বিদ্যালয়ত সৰস্বতী পূজা উদযাপন। আজি অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী পূজা।পুৱাৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যালয়-মহাবিদ্যালয় সমুহত উখল মাখল পৰিৱেশ।ডাৱৰীয়া বতৰকো নেওচি ছাত্র-ছাত্ৰীসকল পুৱাই সাজিকাছি মা সৰস্বতীৰ আ…
নিচাময় ফাগুনৰ শৰত, শীতৰ ঠেৰেঙা জাৰত উৰি যায় নঙতা গছৰ বেজাৰো । তেনে সময়তে শিমলো, মদাৰ, কম্বং ফুলৰ ৰঙে, ৰঙীয়াল কৰি তুলে পৃথিৱীক । আৰু তেনে বতৰতে অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকলে সাজু হৈ উঠিছে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে …